৪ মে'
তাৰিখ
(৪ মেৰ পৰা পুনঃনিৰ্দেশিত)
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৪ |
৪ মে' (ইংৰাজী: 4 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২২তম (অধিবৰ্ষত ১২৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৩টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৫৪ - প্ৰথমটো ভাৰতীয় ডাক টিকট আনুষ্ঠানিকভাৱে প্ৰকাশিত হয়।
- ১৯৪২ - ‘‘এন্দ্ৰিউ গৌড়লে' ক্ল'’’ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৪৭ চনৰ ৪মে’লৈকে তেওঁ কাৰ্যভাৰ কাৰ্য সম্পাদন কৰে।
- ১৯৭৯ - ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
- ১৯৮৯ - নাছাৰ দ্বাৰা শুক্ৰ গ্ৰহ অভিমুখে স্বয়ংচালিত আন্তঃগ্ৰহ যান ‘মেগেলান’ উৎক্ষেপন কৰা হৈছিল।
জন্ম
সম্পাদনা কৰক- ১৬৫৫ - বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰি, ইটালীৰ বাদ্যযন্ত্ৰ নিৰ্মাতা। এখেতক "ফৰ্তেপিয়ানো"ৰ উদ্ধাৱক হিচাপে জনা যায়।
- ১৮২৫ - থমাছ হেনৰি হাক্সলি, ইংৰাজ জীৱবিজ্ঞানী আৰু বিজ্ঞান লেখক।
- ১৯০৫ - আন্না চান্দী, ভাৰতৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ।
- ১৯২৯ - অড্ৰী হেপ্বাৰ্ন, ব্ৰিটিছ অভিনেত্ৰী আৰু সমাজকৰ্মী।
- ১৯৪০ - ৰবিন কুক, আমেৰিকান চিকিৎসক আৰু লেখক।
- ১৯৮৯ - সতীশ কুমাৰ, ভাৰতীয় বক্সাৰ।
মৃত্যু
সম্পাদনা কৰক- ১৭৯৯ - টিপু চুলতান, মহীশূৰৰ ৰাজপুত।
- ১৮৬১ - ইলাইজা হুইট্নি ব্ৰাউন, খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক তথা লেখিকা।
- ১৯৯৭ - এলেন গিঞ্চবাৰ্গ, আমেৰিকান কবি।
দিৱস
সম্পাদনা কৰক- আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক কৰ্মীসকলৰ দিৱস
- যুৱ দিৱস (ফিজি)
- বিশ্ব খনি শ্ৰমিক দিৱস
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৪ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |