ৱিকিপিডিয়া:নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত ৱিকিমিডিয়া কৰ্মশালা
![]() |
নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত ১৮ জানুৱাৰী, ২০২৫ তাৰিখ শনিবাৰে ৱিকিমিডিয়া সম্পৰ্কীয় এক কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনিৰ আঁত ধৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই। ড° ৰাজখোৱাই অসমীয়া ৱিকিমিডিয়াৰ দৰে জাতীয় জীৱনৰ এটা মহৎ কৰ্মৰ অংশীদাৰ হ'বলৈ তথা দায়বদ্ধতাৰে এই কামত সহযোগ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসমীয়া ৱিকিমিডিয়াৰ এজন সক্ৰিয় কৰ্মী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অতিথি অধ্যাপক ড° ভাস্কৰ ভূঞা। ড° ভূঞাই ৱিকিমিডিয়াৰ পৰিচয়, প্ৰয়োজনীয়তা, ৱিকিমিডিয়াত লিখাৰ নিয়ম আৰু ইয়াৰ ভাষিক, সামাজিক গুৰুত্ব সামৰি এক তথ্যসমৃদ্ধ বক্তব্য আগবঢ়ায়। তেওঁ কৰ্মশালাখনত উপস্থিত গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ৱিকিমিডিয়াৰ বিভিন্ন মাধ্যম ৱিকিপিডিয়া (Wikipedia), ৱিকিকমন্স (Wikicommons), ৱিকিউৎস (Wikisource), ৱিকিউদ্ধৃতি (Wikiquote) আদিত কিদৰে স্বেচ্ছামূলকভাৱে বৰঙণি আগবঢ়াব পাৰে তাৰ কেতবোৰ ব্যৱহাৰিক দিশৰ লগত পৰিচয় কৰাই দিয়ে। এই কৰ্মশালাখনিত প্ৰায় ৭০জন গৱেষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়।
স্থান
সম্পাদনা কৰককনফাৰেঞ্চ হল, নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত), লখিমপুৰ, অসম
তাৰিখ
সম্পাদনা কৰক১৮/০১/২০২৫
সমন্বয়ক
সম্পাদনা কৰকড° অৰবিন্দ ৰাজখোৱা (বিভাগীয় মুৰব্বী, অসমীয়া বিভাগ)
অংশগ্ৰহণকাৰী
সম্পাদনা কৰক- Dibyajyoti Khanikar (বাৰ্তা) 15:53, 18 January 2025 (ইউ.টি.চি.)
- উদ্ধৱ তামুলী ফুকন (বাৰ্তা) 18:47, 18 January 2025 (ইউ.টি.চি.)
- Kriparekha Gogoi (বাৰ্তা) 16:27, 18 January 2025 (ইউ.টি.চি.)
- 12monjil hazarika (বাৰ্তা) 01:31, 19 January 2025 (ইউ.টি.চি.)
- BhuyanBhaskar (বাৰ্তা) 15:37, 18 January 2025 (ইউ.টি.চি.)
- Debakanta Boruah (বাৰ্তা) 17:38, 18 January 2025 (ইউ.টি.চি.)
- শিল্পী চুতীয়া (বাৰ্তা) 16:22, 18 January 2025 (ইউ.টি.চি.)
- গীতামনি কোঁচ (বাৰ্তা) 16:27, 18 January 2025 (ইউ.টি.চি.)
- 123 মনালিছা বৰপাত্ৰ (বাৰ্তা) 15:27, 18 January 2025 (ইউ.টি.চি
- বিশ্বজিৎ দাস১৮ (বাৰ্তা) 14:57, 18 January 2025 (ইউ.টি.চি.)
- Tultul Bailung (বাৰ্তা) 15:10, 18 January 2025 (ইউ.টি.চি.)
- Barasha Jyoti Saikia (বাৰ্তা) 14:47, 18 January 2025 (ইউ.টি.চি.)
- মানস প্ৰতিম ভূঞা (বাৰ্তা) 14:54, 18 January 2025 (ইউ.টি.চি.)
- প্ৰাৰ্চুয্যা বৰা (বাৰ্তা) 14:46, 18 January 2025 (ইউ.টি.চি.)
- Arabinda Rajkhowa (বাৰ্তা) 14:49, 18 January 2025 (ইউ.টি.চি.)
- 12 ডিম্পী হাজৰিকা (বাৰ্তা) 16:15, 18 January 2025 (ইউ.টি.চি.)
- DIBYOJYOTI SAIKIA 12 (বাৰ্তা) 14:58, 18 January 2025 (ইউ.টি.চি.)
- SANGITA BORAH 12 (বাৰ্তা)14:55, 18 January 2025 (ইউ.টি.চি.)
- Dipankar Hazarika123 (বাৰ্তা) 14:57, 18 January 2025 (ইউ.টি.চি.)
- Mahananda Saikia (বাৰ্তা) 14:58, 18 January 2025 (ইউ.টি.চি.)
- Subhakrishna Phukan (বাৰ্তা) 15:00, 18 January 2025 (ইউ.টি.চি.)
- Khagen Pegu 14 (বাৰ্তা) 18:20, 18 January 2025 (ইউ.টি.চি.)
- Chanakya C (বাৰ্তা) 15:04, 18 January 2025 (ইউ.টি.চি.)
- PUBALI BORAH (বাৰ্তা) 15:00, 18 January 2025 (ইউ.টি.চি.)
- দিব্যলক্ষ্মী সেনাপতি (বাৰ্তা) 15:02, 18 January 2025 (ইউ.টি.চি.)
- দিপাঞ্জলী নাথ (বাৰ্তা)
- দিপাঞ্জলী নাথ (বাৰ্তা) 16:25, 18 January 2025 (ইউ.টি.চি.)
- KONGKONA BARIK (বাৰ্তা) 15:11, 18 January 2025 (ইউ.টি.চি.)
- Prarthana Dutta (বাৰ্তা) 15:14, 18 January 2025 (ইউ.টি.চি.)
- সপোনজ্যোতি বৰা (বাৰ্তা) 15:15, 18 January 2025 (ইউ.টি.চি.)
- Parismita borah11 (বাৰ্তা) 15:20, 18 January 2025 (ইউ.টি.চি.)
- Jimashree Phukan (বাৰ্তা) 16:21, 18 January 2025 (ইউ.টি.চি.)
- Rajdep Panging (বাৰ্তা) 15:25, 18 January 2025 (ইউ.টি.চি.)
- দেৱজ্যোতি মৰাং (বাৰ্তা) 15:27, 18 January 2025 (ইউ.টি.চ #
- Beauti das (বাৰ্তা) 15:35, 18 January 2025 (ইউ.টি.চি.)
- 1Bharati Das (বাৰ্তা) 15:40, 18 January 2025 (ইউ.টি.চি.)
- আকাংক্ষা তামুলী (বাৰ্তা) 15:42, 18 January 2025 (ইউ.টি.চি.)
- গিতামণি ডেকা (বাৰ্তা) 15:42, 18 January 2025 (ইউ.টি.চি.)
- লখিমী দেৱী 2 (বাৰ্তা)
- 123দীপশিখা শইকীয়া (বাৰ্তা) 15:50, 18 January 2025 (ইউ.টি.চি.)
- Debashri saikia (বাৰ্তা) 15:52, 18 January 2025 (ইউ.টি.চি.)
- Hemantachangmai (বাৰ্তা) 15:57, 18 January 2025 (ইউ.টি.চি.)
- Prathana borah (বাৰ্তা) 16:59, 18 January 2025 (ইউ.টি.চি.)
- Dibyashikha Devi (বাৰ্তা) 16:00, 18 January 2025 (ইউ.টি.চি.)
- Kangkna Chutia (বাৰ্তা) 16:45, 18 January 2025 (ইউ.টি.চি.)
- Vivekananda gogoi (বাৰ্তা) 17:13, 18 January 2025 (ইউ.টি.চি.)
- প্ৰিয়ংকা বিশ্বাস 12 (বাৰ্তা) 17:29, 18 January 2025 (ইউ.টি.চি.)
- Barasha Gogoi (বাৰ্তা) 03:43, 19 January 2025 (ইউ.টি.চি.)