ৱিকিপিডিয়া:সাহায্য কেন্দ্ৰৰ বাহিৰেও তলত উল্লেখিত সহায়সমূহ পাব:

  1. আপোনাৰ আলোচনা পৃষ্ঠা{{helpme}} বুলি লগাই থ'লে অতি সোনকালেই কোনোবা এজন সম্পাদক আপোনাক সহায় কৰিবলৈ আগবাঢ় আহিব ! (সহায়কাৰীসকলে আপোনাক সহায় বিচৰা ৱিকিপিডিয়ান পৃষ্ঠাত বিচাৰি পাব।)
  2. যদি আপুনি বিশেষভাৱে প্ৰশাসকৰ সহায় বিচাৰিছে, তেন্তে আপোনাৰ আলোচনা পৃষ্ঠা{{adminhelp}} লগাই থওক। (প্ৰশাসকসকলে আপোনাক প্ৰশাসকৰ সহায় বিচৰা ৱিকিপিডিয়ান পৃষ্ঠাত বিচাৰি পাব।)
  3. পোনপটীয়া সহায়ৰ বাবে #wikipedia-en-help IRC চাট্‌ কক্ষত যোগদান কৰক। IRCত নৱাগত নেকি? ইয়াত ক্লিক কৰি লগে লগে কথা পাতক !
  4. আপুনি ৱিকিপিডিয়া:অতি সক্ৰিয় ব্যৱহাৰকাৰীত থকা কাৰোবাৰ পৰাও সহায় খুজিব পাৰে।
  5. আন বিশেষ অনুৰোধৰ বাবে অনুৰোধ বিভাগ চাওক।