আলোক তন্তু

(1550 nmৰ পৰা পুনঃনিৰ্দেশিত)

আলোক তন্তু বা আলোক আঁহ (ইংৰাজী: Optical Fibre) হৈছে, বিশুদ্ধ কাঁচ(চিলিকা) ৰে নিৰ্মিত মানুহৰ চুলিৰ দৰে পাতল, নমনীয়, লেহুকা আৰু স্বচ্ছ আঁহ । আলোক তন্তুৰ মূখ্য কাম হৈছে পোহৰ বা আন তৰংগৰ পৰিবহন, আলোক তন্তুক এবিধ অতি পাৰদৰ্শী তৰংগ বাহক (ৱেভ গাইড) হিচাপে ব্যৱহাৰ কৰিব পৰা যায় । [1] আলোক তন্তুৰ লগত জড়িত প্ৰায়োগিক বিজ্ঞান আৰু আভিযান্ত্ৰিক বিজ্ঞানৰ শাখাটোক "তন্তু পোহৰবিজ্ঞান" বোলা হয় । মূলতঃ তন্তু পোহৰবিজ্ঞানত যোগাযোগ মাধ্যম হিচাপে ইয়াৰ ব্যৱহাৰ হয়, ইয়াৰ যোগেদি অধিক দূৰলৈ অধিক প্ৰস্থৰ তথ্যৰ পতি (Bandwidth) (অধিক হাৰ তথ্য পৰিবহন) পঠিয়াব পাৰি । ধাতৱীয় তাঁৰৰ বিকল্প হিচাপে আলোক তন্তুৰ ব্যৱহাৰ কৰা হয়, ই যোগাযোগ ব্যৱস্থাত তথ্যৰ গুণগত মান হ্ৰাস হোৱা ৰোধ কৰে আৰু তথ্যক বিদ্যুত চুম্বকীয় সমাৰোপনৰ পৰা ৰক্ষা কৰে । তাৰোপৰি আলোক তন্তুক কোনো বিশেষ বস্তুক পোহৰোৱা কাৰ্য আৰু চিত্ৰ পৰিবহনৰ মাধ্যম হিচাপেও ব্যৱহাৰ কৰা হয়, আন ব্যৱহাৰ সমূহ হৈছে - চেঞ্চৰ, তন্তু লেজাৰ ইত্যাদি ।

আলোক তন্তুৰ মুঠা
এডাল TOSLINKৰ শ্ৰাব্য তৰংগ পৰিবাহী আলোক তন্তু
আলোক তন্তু জংচন বাকচ, : ৫০/১২৫ µm OM2 আৰু ৫০/১২৫ µm OM3 তন্তু

ইতিহাস সম্পাদনা কৰক

প্ৰায়োগিক দিশ সম্পাদনা কৰক

আলোক তন্তু যোগাযোগ সম্পাদনা কৰক

চেঞ্চৰ সম্পাদনা কৰক

অন্যান্য সম্পাদনা কৰক

মূল নীতি সম্পাদনা কৰক

প্ৰতিসৰণাংক সম্পাদনা কৰক

পূৰ্ণ প্ৰতিফলন সম্পাদনা কৰক

মাল্টি ম’ড তন্তু সম্পাদনা কৰক

ম’ন’ ম’ড তন্তু সম্পাদনা কৰক

বিশেষ তন্তু সম্পাদনা কৰক

তথ্য হ্ৰাস/বিকৃতকৰণ প্ৰক্ৰিয়া সম্পাদনা কৰক

পোহৰৰ বিচ্ছুৰণ সম্পাদনা কৰক

UV-Vis-IR শোষণ সম্পাদনা কৰক

নিৰ্মাণ সম্পাদনা কৰক

পদাৰ্থসমূহ সম্পাদনা কৰক

চিলিকা সম্পাদনা কৰক

ফ্ল’ৰাইড সম্পাদনা কৰক

ফছফেট সম্পাদনা কৰক

কেলগ’জেনাইড সম্পাদনা কৰক

প্ৰক্ৰিয়া সম্পাদনা কৰক

লেপন সম্পাদনা কৰক

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. K. Thyagarajan, Ajoy K. Ghatak, Fiber Optic Essentials, পৃষ্ঠা 34