ইষ্টানবুল

(Istanbulৰ পৰা পুনঃনিৰ্দেশিত)

ইষ্টানবুল (তুৰ্কী ভাষা: İstanbul ইষ্টান্‌বুল্‌) তুৰস্কৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটাণ্টিনোপল। ইয়াৰোপৰি ই বাইজাণ্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল। ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল)। ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা এছিয়াত বসৱাস কৰিলেও ই ইউৰোপৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্ৰ।

ইষ্টানবুল
Istanbul collage 5j.jpg
ভৌগোলিক স্থানাংক: 41°01′N 28°58′E / 41.017°N 28.967°E / 41.017; 28.967
ৰাষ্ট্ৰ  তুৰস্ক
অঞ্চল মাৰমৰা অঞ্চল
প্ৰদেশ ইষ্টানবুল
প্ৰতিষ্ঠাকাল খ্ৰীষ্টপূৰ্ব ৬৬৭
উচমানীয় সাম্ৰাজ্যৰ সময় ১৪৫৩
তুৰ্কী প্ৰতিষ্ঠাৰ পিছত ১৯২৩ চনত কন্সটাণ্টিনোপলক ইষ্টানবুল নামকৰন কৰা হয়
জিলা ২৭
চৰকাৰ
 - মেয়ৰ কাদিৰ তোপবাচ (সাঁচ:Polparty)
মাটিকালি
 - মুঠ ১,৮৩০.৯২ কি.মি. 
(৭০৬.৯ বৰ্গ মাইল)
উচ্চতা ১০০ মিটাৰ (৩২৮.০৮ ফুট)
জনসংখ্যা (২০০৯)[1]
 - মুঠ ১,২৭,৮২,৯৬০ জন
 - জনঘনত্ব ৬,২১১ প্ৰতি বৰ্গ কি.মি. 
(১৬,০৮৬.৪ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ইইটি (গ্ৰী.মা.স.+২)
 - গ্ৰীষ্ম (দি স স) ইইএচটি (গ্ৰী.মা.স.+৩)
পিন কোড ৩৪০১০ৰ পৰা ৩৪৮৫০লৈ আৰু
৮০০০০ৰ পৰা ৮১৮০০ লৈ
অঞ্চল কোড (+৯০) ২১২ (ইউৰোপীয় অঞ্চলত)
(+৯০) ২১৬ (এছিয়া অঞ্চলত)
ৱেবছাইট Istanbul Portal
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
ইষ্টানবুলৰ ঐতিহাসিক অঞ্চল
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
দেশ  তুৰস্ক
ধৰণ Cultural
মাপকাঠি I, II, III, IV
উদ্ধৃতি 356
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল Europe and Asia
অভিলিখনৰ ইতিহাস
অভিলিখন 1985 (9th অধিবেশন)
১৮৭৬ চনৰ ইষ্টানবুল
Constantine I

জনসংখ্যা সম্পাদনা কৰক

ইষ্টানবুলৰ জনসংখ্যা ১৯৮০ৰ পৰা ২০০৫লৈ এই ২৫ বছৰৰ ভিতৰত তিনি গুণে বৃদ্ধি হৈছে। অনুমাণিক ৭০%তকৈ বেছি ইষ্টানবুলৰ নাগৰিক ইউৰোপত আৰু বাকী ৩০ শতাংশ এছিয়াত বাসৱাস কৰে।

চন জনসংখ্যা
৩৩০ ৪০,০০০
৪৪০ ৫,০০,০০০
৫৩০ ৫,৫০,০০০
৫৪৫ ৩,৫০,০০০
৭১৫ ৩,০০,০০০
৯৫০ ৪,০০,০০০
১২০০ ১৫০,০০০
১৪৫৩ ৩৬,০০০
১৪৭৭ ৭৫,০০০
১৫৬৬ ৬০০,০০০
১৮১৭ ৫০০,০০০
১৮৬০ ৭১৫,০০০
১৮৮৫ ৮৭৩,৫৭০
১৮৯০ ৮৪০,০০০
১৮৯৭ ১,০৫৯,০০০
১৯০১ ৯৪২,৯০০
১৯১৪ ৯০৯,৯৭৮
অক্টোবৰ ১৯২৭ ৬৮০,৮৫৭
অক্টোবৰ ১৯৩৫ ৭৪১,১৪৮
অক্টোবৰ ১৯৪০ ৭৯৩,৯৪৯
অক্টোবৰ ১৯৪৫ ৮৬০,৫৫৮
অক্টোবৰ ১৯৫০ ৯৮৩,০৪১
অক্টোবৰ ১৯৫৫ ১,২৬৮,৭৭১
অক্টোবৰ ১৯৬০ ১,৪৩৬,৫৩৫
অক্টোবৰ ১৯৬৫ ১,৭৪২,৯৭৮
অক্টোবৰ ১৯৭০ ২,১৩২,৪০৭
অক্টোবৰ ১৯৭৫ ২,৫৪৭,৩৬৪
অক্টোবৰ ১৯৮০ ২,৭৭২,৭০৮
অক্টোবৰ ১৯৮৫ ৫,৪৭৫,৯৮২
অক্টোবৰ ১৯৯০ ৬,৬২০,২৪০
নবেম্বৰ ১৯৯৭ ৮,২৬০,৪৩৭
অক্টোবৰ ২০০০ ৮,৮০৩,৪৬০
জানুৱাৰী ২০০৫ ৯,৭৯৭,৫৩৬
জানুৱাৰী ২০০৬ ১০,০৩৪,৮৩০
 
জামিয়া হাগিয়া চফিয়া সংগ্ৰাহালয়

শিক্ষা সম্পাদনা কৰক

তুৰ্কীৰ উচ্চ শিক্ষাৰ কিছু প্ৰতিষ্ঠান ইষ্টানবুলত অৱস্থিত। সাধাৰণতে চৰকাৰী বিশ্ববিদ্যালয়বোৰ প্ৰসিদ্ধ যদিও কিছু বছৰৰ পৰা ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সংখ্যা বাঢ়িছে। বিখ্যাত চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত ইষ্টানবুল প্ৰযুক্তিবিদ্যা জামিয়া, বাচতুৰছ জামিয়া, ৰুটিহ চৰায় জামিয়া , ইষ্টানবুল জামিয়া, মাৰ্মৰহ জামিয়া , ইলদীজ প্ৰযুক্তিবিদ্যা জামিয়া আৰু নিৰ্মাতা স্নান কলা জামিয়া অন্যতম।

 
ব্ৰীজ ৰুটিহৰ পৰা এক আকৰ্ষণীয় দৃশ্য

চিত্ৰমালা সম্পাদনা কৰক

 
Originally a church, later a mosque, and now a museum, the Hagia Sophia was built in the 6th century by the Byzantine emperor Justinian the Great.
 
The Istanbul Archaeology Museums, founded by Osman Hamdi Bey in 1891, form Turkey's oldest modern museum.[2]
 
The Grand Bazaar is one of the largest covered markets in the world.
 
New Year's Eve decorations in Nişantaşı shopping district
 
Established in 1948, Hürriyet is one of Turkey's most circulated newspapers.
 
Main entrance gate of Istanbul University, the city's oldest Turkish institution, established in 1453.

তথ্য সংগ্ৰহ সম্পাদনা কৰক