চীনা গোলাপ

সপুষ্পক উদ্ভিদ
(Rosa chinensisৰ পৰা পুনঃনিৰ্দেশিত)

ৰ’জা চাইনেন্‌ছিছ (বৈজ্ঞানিক নাম: Rosa chinensis), ইংৰাজীত সাধাৰণতে চাইনা ৰ’জ[1] বা চাইনিজ ৰ’জ নামেৰে পৰিচিত। ই ৰ’জা বা গোলাপ গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। ই দক্ষিণ পশ্চিম চীনৰ এক থলুৱা উদ্ভিদ। আলংকাৰিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়।

চীনা গোলাপ
ৰ’জা চাইনেন্‌ছিছ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Rosales
পৰিয়াল: Rosaceae
উপপৰিয়াল: Faboideae
গোত্ৰ: Cicereae
গণ: Rosa
প্ৰজাতি: chinensis
বৈজ্ঞানিক নাম
R. chinensis
Jacq.
সমাৰ্থক
  • Rosa bengalensis Pers.
  • Rosa diversifolia Vent.
  • Rosa indica auct. non L.
  • Rosa laurentiae Tratt.
  • Rosa lawranceana Sweet
  • Rosa longifolia Willd.
  • Rosa mutabilis Correvon
  • Rosa nankinensis Lour.
  • Rosa nanula Hoffmanns.
  • Rosa rouletii Correvon
  • Rosa semperflorens W.M.Curtis

ই এবিধ গুল্মজাতীয় উদ্ভিদ। উচ্চতা প্ৰায় ১–২ মিটাৰ। ফুলৰ পাঁচটা পাহি থাকে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "BSBI List 2007" (xls). Botanical Society of Britain and Ireland. Archived from the original on 2014-10-23. https://web.archive.org/web/20141023044910/http://www.bsbi.org.uk/BSBIList2007.xls। আহৰণ কৰা হৈছে: 15 July 2015.