ভালুক

(Ursidaeৰ পৰা পুনঃনিৰ্দেশিত)


ভালুক (ইংৰাজী: Bear) হ'ল আৰ্ছিডি পৰিয়ালৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ভালুকবোৰ মাংসভোজী প্ৰাণী। বৰ্তমান পৃথিৱীত মাত্ৰ আঠটা প্ৰজাতিৰ ভালুক উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, আৰু এচিয়া মহাদেশত দেখা পোৱা যায়।

ভালুক
জীৱাশ্ম কাল: ৩৮–০ নিযুত বছৰ পূৰ্ৱ ইঅ'কেন – শেহতীয়া
ভালুক, Ursus arctos in নৰৱে
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
উপবৰ্গ: Caniformia
পৰিয়াল: Ursidae
জি. ফিচাৰ ভন ৱাল্ডহেইম, ১৮১৭
গণ

তথ্য সংগ্ৰহ সম্পাদনা কৰক