নামতো দীপ জ্যোতি। কিমান দিন হ'ল মনত নাই যদিও মাজে মাজে ইংৰাজী উইকিপিডিয়াত অলপ অচৰপ ইফাল সিফাল কৰিছিলো। অসমীয়া উইকিপিডিয়া দেখিছিলো কিন্তু এলাহ নামৰ বন্ধু(!) জনে বাধা দি আছিল । কিন্তু স্বীকাৰ কৰিব লাগিব যে উইকিপিডিয়াৰ কাৰণে কেইবাবাৰো শিক্ষাগুৰুৰ পৰা দয়া পাবলৈ সমৰ্থ হৈছিলো ।