AdoroniBot (বাৰ্তা) 05:25, 7 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

গুৱাহাটী বিশ্ববিদ্যালয় সম্পাদনা কৰক

সর্বপ্রথমে ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াবলৈ আগবাঢ়ি অহাৰ বাবে ধন্যবাদ। আপুনি শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৃষ্ঠাখনত কৰা কিছু সাল-সলনি চকুত পৰিছে। কিন্তু যান্ত্ৰিক অনুবাদ আৰু ভুল বানানৰ পয়োভৰৰ বাবে গোটেই পৃষ্ঠাখন দেখিবলৈ দৃষ্টিকটু হৈছে। অনুগ্ৰহ কৰি যান্ত্ৰিক অনুবাদৰ সহায় ললেও এবাৰ চকু ফুৰাই বাক্য গাঁথনি আৰু বানান শুদ্ধ কৰিবলৈ চেষ্টা কৰে যেন। বাকী কাৰিকৰী দিশ সমূহ নোৱাৰিলেও একো নাই। শুভেচ্ছা থাকিল - অজয়  কথা-বতৰা 13:34, 13 April 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক