AdoroniBot (বাৰ্তা) 18:55, 30 December 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

ঋতু প্ৰিয়ম সম্পাদনা কৰক

২০০০ চনৰ ৩১ অক্টোবৰ তাৰিখে ঐতিহাসিক শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ ন-কটানি ফাকুম গাঁওত জন্ম গ্ৰহণ কৰা ঋতু প্ৰিয়ম ইতিমধ্যে নিজৰ কৰ্মৰাজিৰ জৰিয়তে অসম জুৰি জনপ্ৰিয়তা লাভ কৰিছে। পিতৃ হিমকান্ত শইকীয়া আৰু মাতৃ ৰুবী শইকীয়াৰ একমাত্ৰ পুত্ৰ হৈছে ঋতু প্ৰিয়ম। Hritush Priyaom (বাৰ্তা) 19:49, 23 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক