Joynal10
30 October 2011 তাৰিখে যোগ দিছে
নমস্কাৰ, Joynal10, অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম!
আশা কৰোঁ সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্রহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড "~~~~" ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}} সুমুৱাই দিয়ক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্রশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব। আকৌ এবাৰ, ৱিকিপিডিয়ালৈ আদৰিছোঁ। |
Welcome to Assamese wikipedia
প্রভাকৰ শৰ্মা নেওগ 17:42, 30 অক্টোবৰ 2011 (UTC)