অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। কিন্তু এইখন এখন বিশ্বকোষহে য'ত আপুনিও প্ৰয়োজনীয় বিষয়ৰ "প্ৰবন্ধ" লিখিব পাৰে। এয়া কবিতা লিখাৰ স্থান নহয়। কিবা অসুবিধা পালে আন সদস্যক সুধিব। — গীতাৰ্থ বৰদলৈ (talk) 11:36, 5 এপ্ৰিল 2015 (UTC)