প্রভাকৰ শৰ্মা নেওগ (talk) 03:31, 6 মাৰ্চ 2014 (UTC)

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়‎ সম্পাদনা কৰক

প্রবন্ধটোৰ অনেক বিসংগতিৰ বাবে মচি পেলোৱা হ'ল। আপুনি অনুৰূপ এটা প্ৰবন্ধ চাই চাই পুনৰ লিখক। এই প্ৰবন্ধটো চাব পাৰে: যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়। ৱিকি মাৰ্ক-আপ বোৰ মন কৰিব। কিবা জানিবলগা থাকিলে মোৰ আলোচনা পৃষ্ঠাত বা ফেচবুক গ্ৰুপত লিখক। প্রভাকৰ শৰ্মা নেওগ (talk) 03:31, 6 মাৰ্চ 2014 (UTC)

  The Wikipedia Motivation Barnstar
প্ৰিয় সতীৰ্থ, এন আই টি শিলচৰত (National Institute of Technology, Silchar) ৱিকিপিডিয়াৰ প্ৰচাৰত কৰা আপোনাৰ অমূল্য অৱদানৰ বাবে এই পদক আগবঢ়ালোঁ। আশাকৰোঁ আপোনাৰ কষ্ট সফল হ'ব। প্রভাকৰ শৰ্মা নেওগ (talk) 15:59, 16 মাৰ্চ 2014 (UTC)

ৰঙিয়া ৰেল ষ্টেচন সম্পাদনা কৰক

তুমি ৰঙিয়া ৰেল ষ্টেচনক ৰঙিয়া ৰেল জংচনলৈ ৰি-ডাইৰেক্ট কৰা পৰিলক্ষিত হৈছে। আচলতে প্ৰথমটোহে শুদ্ধ। ৰঙিয়া এটা জংচন ষ্টেচনহে। ইংৰাজী প্ৰবন্ধবোৰ চাবা। তাত Rail station বুলিহে লিখে, Rail junction বুলি নিলিখে। বাবুল বৈশ্য 07:54, 5 মে' 2014 (UTC)


ধন্যবাদ ভূলটো আঙুলিয়াই দিয়া বাবে। Saidul Islam 08:21, 5 মে' 2014 (UTC)

  The Working Wikipedian's Barnstar
মাত্ৰ তিনিমাহতে কুৰিৰো অধিক প্ৰবন্ধ সৃষ্টি আৰু অন্যান্য সম্পাদনাৰে অসমীয়া ৱিকিপিডিয়াৰ বিকাশৰ বাবে আপুনি যি নিৰন্তৰ প্ৰচেষ্টা চলাই আছে, সেইটোৱে আমাক অভিভূত কৰিছে। আপোনাৰ অৰিহণাৰ স্বীকৃতি স্বৰূপে এই সামান্য পদক আপোনালৈ আগবঢ়োৱা হ'ল। বাবুল বৈশ্য 00:50, 9 জুন 2014 (UTC)


অভিনন্দন! প্রভাকৰ শৰ্মা নেওগ (talk) 04:38, 9 জুন 2014 (UTC)


ধন্যবাদ। Saidul Islam 14:44, 9 জুন 2014 (UTC)

  The Teamwork Barnstar
১৩ ফেব্ৰুৱাৰী, ২০১৫ ত ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰত সম্পন্ন হোৱা দ্বিতীয়খন ৱিকি সন্মিলনৰ আয়োজনত তুমি আগবঢ়োৱা সহযোগিতাৰ বাবে এই বঁটা আগবঢ়ালো। আশা কৰোঁ আগলৈকো একেই উৎসাহেৰে অসমীয়া ৱিকিত কাম কৰি থাকিবা। জলি বৰা (talk) 07:05, 14 ফেব্ৰুৱাৰী 2015 (UTC)

ধন্যবাদ __Saidul Islam (talk) 12:35, 14 ফেব্ৰুৱাৰী 2015 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় Saidul776,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.