AdoroniBot (বাৰ্তা) 14:58, 5 May 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰচাৰ সম্পাদনা কৰক

নমস্কাৰ, অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগ্ৰহৰ বাবে ধন্যবাদ। কিন্তু আপোনাৰ শেহতীয়া সম্পাদনাবোৰত দেখা গৈছে যে আপুনি ৱিকিপিডিয়াক আপোনাৰ ৱেবছাইটৰ প্ৰচাৰ কৰাৰ বাবে ব্যৱহাৰ কৰিছে, এয়া ৱিকিৰ নিয়মৰ পৰিপন্থী। আপোনাৰ এই কাৰ্যৰ বাবে আপোনাক ৱিকিপিডিয়াত সম্পাদনা কৰাৰ পৰা বাৰণ কৰা হ’ব পাৰে। গতিকে ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ অনুৰোধ জনালোঁ। - দিব্য দত্ত (বাৰ্তা) 16:30, 29 May 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক