ইমিল ডাৰখাইম
(Émile Durkheimৰ পৰা পুনঃনিৰ্দেশিত)
ডেভিড ইমিল ডাৰখাইম (ফৰাচী: David Émile Durkheim; ১৫ এপ্ৰিল ১৮৫৮ – ১৫ নবেম্বৰ ১৯১৭) আছিল এজন ফৰাচী সমাজতত্ত্ববিদ। তেওঁ কাৰ্ল মাৰ্ক্স আৰু মেক্স ৱেবাৰৰ সৈতে লগ লাগি সমাজতত্ত্বক শিক্ষাৰ এটা বিষয় হিচাপে প্ৰতিষ্ঠা কৰে আৰু তেওঁলোককেই সাধাৰণতে আধুনিক সমাজ বিজ্ঞানৰ ভাস্কৰ বুলি কোৱা হয়।
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ Wuthnow, Robert (2004). "Trust as an Aspect of Social Structure". In Alexander, Jeffrey C.; Marx, Gary T.; Williams, Christine L.. Self, Social Structure, and Beliefs: Explorations in Sociology. প্ৰকাশক Berkeley, California: University of California Press. পৃষ্ঠা. 145–146. ISBN 978-0-520-24137-4.