অইল ইণ্ডিয়া ফুটবল ক্লাব অসমদুলীয়াজানস্থিত এক আগশাৰীৰ প্ৰখ্যাত ফুটবল ক্লাব। এই ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে প্ৰতিষ্ঠা কৰিছিল।[1]অইল ইণ্ডিয়া এফ চিয়ে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ. শ্বিল্ড, স্বাধীনতা দিৱস কাপ, বদৌচা কাপ ইত্যাদি অসমৰ বৃহৎ প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰে। পূৰ্বতে ক্লাবটোৱে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আই-লীগ দ্বিতীয় ডিভিজন আৰু ৰাজ্যৰ প্ৰথম ডিভিজন অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিছিল। [2]

অইল ইণ্ডিয়া এফ চি
সম্পূৰ্ণ নাম অইল ইণ্ডিয়া ফুটবল ক্লাব দুলীয়াজান
প্ৰতিষ্ঠা ১৯৬৪ চন
খেলপথাৰ নেহৰু ময়দান, দুলীয়াজান, অসম
(আসন: ১০,০০০)
মুখ্য প্ৰশিক্ষক ভাৰত সুব্ৰত ভট্টাচাৰ্য্য
লীগ গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ
ঘৰুৱা খেলসমূহত
পোচাকৰ ৰং
বাহিৰা খেলসমূহত
পোচাকৰ ৰং

ইতিহাস সম্পাদনা কৰক

অইল ইণ্ডিয়া এফ চি ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে উজনি অসমৰ দুলীয়াজানত গঠন কৰে। এই ফুটবল ক্লাবে আই-লীগ দ্বিতীয় ডিভিজন, পূৰ্বৰ ভাৰতীয় ফুটবল প্ৰণালীৰ দ্বিতীয় স্তৰ প্ৰতিযোগিতাৰ প্ৰথম তিনিটা সংস্কৰণত অংশগ্ৰহণ কৰিছিল।[3] ক্লাবটোক অসম তথা উত্তৰ-পূবৰ ভিতৰতে শীৰ্ষ পৰ্যায়ৰ ক্লাব হিচাপে বিবেচিত কৰা হয়।[1]

খেলপথাৰ সম্পাদনা কৰক

দুলীয়াজানৰ ১০,০০০ দৰ্শকৰ ক্ষমতা সম্পন্ন নেহৰু ময়দানক অইল ইণ্ডিয়া এফ চিয়ে নিজৰ ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰে।

লীগ সম্পাদনা কৰক

অইল ইণ্ডিয়া এফ চিয়ে আই-লীগ দ্বিতীয় ডিভিজনৰ প্ৰথম তিনিটা সংস্কৰণত অংশগ্ৰহণ কৰিছিল, কিন্তু পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হোৱাত ব্যৰ্থ হয়। ক্লাবটোৱে অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ ২০১১-১২ সংস্কৰণৰ খিতাপ অৰ্জন কৰিছিল। ক্লাবটো অসম ক্লাব ফুটবল চেম্পিয়নশ্বিপৰ বৰ্তমানৰ চেম্পিয়ন।[1]

খেলুৱৈ আৰু ষ্টাফ সম্পাদনা কৰক

বৰ্তমান দল সম্পাদনা কৰক

Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.

নং. স্থান খেলুৱৈ
1   গ’লকীপাৰ অৰূপ বৰুৱা
4   ডিফেণ্ডাৰ শিশুৰাম চুতীয়া (অধিনায়ক)
  মিড ফিল্ডাৰ সুৰাগ চেত্ৰী
7   মিড ফিল্ডাৰ ৰাহুল দাস
  ফৰৱাৰ্ড অমন চেত্ৰী
  মিড ফিল্ডাৰ সাগৰ লিম্বু
11   ফৰৱাৰ্ড মিণ্টু বড়ো
নং স্থান খেলুৱৈ
12   ফৰৱাৰ্ড মিলন বসুমতাৰী
13   মিড ফিল্ডাৰ চেংচন শইকীয়া
15   ফৰৱাৰ্ড আক্ৰাং নাৰ্জাৰী
17   ফৰৱাৰ্ড চিৰন্দীপ মৰাণ
18   ফৰৱাৰ্ড ৱিলিয়াম গাংটে
21   গ’লকীপাৰ নিহাল দাস
24   ডিফেণ্ডাৰ টুপু ব্ৰহ্ম
25   তুল্য দাস
26   বাসুদেৱ বৰুৱা
29   দীপজ্যোতি দৈমাৰী
31   গ’লকীপাৰ অবিনাশ মেচ

সফলতা সমূহ সম্পাদনা কৰক

লীগ সম্পাদনা কৰক

  বিজয়ী (১): ২০১১-১২
  ৰাণাৰ্ছ আপ: (২): ২০০৮-০৯, ২০১০-১১
  • অসম ক্লাব চেম্পিয়নশ্বিপ
  বিজয়ী: ২০০২, ২০০৩, ২০০৭[4]
  ৰাণাৰ্ছ আপ (৩): ১৯৯৭, ২০০৪, ২০০৬

কাপ সম্পাদনা কৰক

  বিজয়ী: (৪) ১৯৯০, ২০০৮, ২০১২, ২০১৯, ২০২৩[5]
  ৰাণাৰ্ছ আপ: (৪) ১৯৭৯, ২০০৩, ২০১৮, ২০২১
  • এ.টি.পি.এ. শ্বিল্ড
  বিজয়ী: (৬)[6] ১৯৯৮, ১৯৯৯, ২০০৩, ২০০৪, ২০১৬, ২০১৭
  ৰাণাৰ্ছ আপ: (৩) ২০০০, ২০০৭, ২০২২
  • স্বাধীনতা দিৱস কাপ
  বিজয়ী (৮)[7] ১৯৭৬, ১৯৭৭, ১৯৯৪, ২০০৪, ২০০৫, ২০১৬, ২০২২, ২০২৩[8]
  ৰাণাৰ্ছ আপ: (৬) ১৯৭৯, ১৯৯০, ২০০২, ২০০৩, ২০০৮-০৯, ২০১৩
  • বদৌচা কাপ
  বিজয়ী: (৩): ২০১০, ২০১৫, ২০২০[9][10]
  • কলিংগ কাপ ফুটবল প্ৰতিযোগিতা
  বিজয়ী: ২০০৬
  • পেট্ৰ'লিয়াম স্প'ৰ্টছ প্ৰমোচন ব'ৰ্ড ইণ্টাৰ ইউনিট ফুটবল প্ৰতিযোগিতা
  বিজয়ী: ২০০৬
  • বড়োলেণ্ড মাৰ্টায়াৰ্চ গ'ল্ড কাপ
  ৰাণাৰ্ছ আপ: ২০১৮
  • বড়োলেণ্ড গেলেণ্টচ্ গ'ল্ড কাপ
  বিজয়ী: ২০১৭[11]
  • অম্বা মেধি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা
  বিজয়ী (১): ২০০১[12]
  ৰাণাৰ্ছ আপ: (১) ২০০৮
  • স্বৰ্গদেও সৰ্বানন্দ সিংহ সোঁৱৰণী ট্ৰফী
  বিজয়ী:২০১০[13], ২০২১
  • নৰোৰাম বৰ্মন সোঁৱৰণী ট্ৰফী
  বিজয়ী: ২০১৮[14], ২০২২[15]

পৃষ্ঠপোষক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 All India Football Federation
  2. "Assam State Premier League". www.forum.indianfootballnetwork.com. Archived from the original on 11 April 2023. https://web.archive.org/web/20230411135203/https://forum.indianfootballnetwork.com/discussion/694/assam-state-premier-league। আহৰণ কৰা হৈছে: 24 April 2023. 
  3. ":::: The Aiff ::::". Archived from the original on 2011-10-04. https://web.archive.org/web/20111004031900/http://the-aiff.com/pages/news/index.php?N_Id=1192। আহৰণ কৰা হৈছে: 2010-02-26. 
  4. "List of Winners/Runners-Up of the Assam Club Football Championship:". indianfootball.de. Archived from the original on 26 October 2020. https://web.archive.org/web/20201026052624/http://www.indianfootball.de/data/afl.html। আহৰণ কৰা হৈছে: 28 August 2021. 
  5. "OIL wins Bordoloi Trophy football tournament". thenewsmill.com. 5 April 2023. https://thenewsmill.com/2023/04/oil-wins-bordoloi-trophy-football-tournament/. 
  6. "List of Winners/Runners-up of the ATPA Shield". indianfootball.de. http://www.indianfootball.de/data/atpashield.html। আহৰণ কৰা হৈছে: 2 December 2016. 
  7. "List of Winners/Runners-up of the Independence Day Cup". indianfootball.de. http://www.indianfootball.de/data/independencedaycup.html। আহৰণ কৰা হৈছে: 19 August 2021. 
  8. "স্বাধীনতা দিৱস কাপ ফুটবলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক হৰুৱাই অ’ইল ইণ্ডিয়া এফ চি চেম্পিয়ন". asomiyapratidin.in. https://www.asomiyapratidin.in/assam/nagaon/oil-india-fc-champions-defeat-assam-state-electricity-board। আহৰণ কৰা হৈছে: ১৪ নবেম্বৰ ২০২৩. 
  9. "Oil India FC clinch Bodousa Cup". assamtribune.com. https://assamtribune.com/oil-india-fc-clinch-bodousa-cup। আহৰণ কৰা হৈছে: 4 December 2021. 
  10. "Oil India Duliajan emerge champs". telegraphindia.com. https://www.telegraphindia.com/north-east/oil-india-duliajan-emerge-champs/cid/1393059। আহৰণ কৰা হৈছে: 4 December 2021. 
  11. "Oil India FC lift Bodoland Gallants Gold Cup trophy". sentinelassam.com. https://www.sentinelassam.com/news/oil-india-fc-lift-bodoland-gallants-gold-cup-trophy/। আহৰণ কৰা হৈছে: 7 September 2022. 
  12. "List of Winners/Runners-Up of the Amba Medhi Cup:". indianfootball.de. Archived from the original on 23 October 2020. https://web.archive.org/web/20201023092151/http://www.indianfootball.de/data/ambamedhicup.html। আহৰণ কৰা হৈছে: 5 September 2022. 
  13. "Oil India emerge champions". assamtribune.com. https://assamtribune.com/oil-india-emerge-champions। আহৰণ কৰা হৈছে: 9 September 2022. 
  14. "OIL NEWS". oil-india.com. https://www.oil-india.com/Document/Publication/OIL_News_Vol_43_No_6.pdf। আহৰণ কৰা হৈছে: 26 October 2022. 
  15. "Naroram Barman Football Tournament : দুবছৰৰ মূৰত নৰোৰাম বৰ্মন সোঁৱৰণী প্ৰাইজমানী ফুটবল খেলৰ ফাইনেল, চেম্পিয়ন অইল ইণ্ডিয়া দুলীয়াজান". assam.news18.com. https://assam.news18.com/news/sports/oil-india-duliajan-champion-in-naroram-barman-football-tournament-at-nalbari-kailash-gb-249105.html। আহৰণ কৰা হৈছে: 6 September 2022. 

বাহ্যিক সংযোগ সম্পাদনা কৰক