অপাৰেটিং চিষ্টেম
অপাৰেটিং চিষ্টেম হৈছে কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু চফ্টৱেৰৰ সম্পদ বা ৰিচ’ৰ্চ ব্যৱস্থাপনাকাৰী কিছু কম্পিউটাৰ প্ৰ’গ্ৰামৰ সমষ্টি। অপাৰেটিং চিষ্টেমে কম্পিউটাৰ তথা ব্যৱহাৰকাৰীৰপৰা ইনপুট লয় আৰু বিভিন্ন টাস্ক (কাৰ্য) তথা কম্পিউটাৰৰ আভ্যন্তৰীণ চিষ্টেম সম্পদসমূহ বণ্টন আৰু ব্যৱস্থাপনা কৰি ব্যবহাৰকাৰীৰ লগতে অন্যান্য প্ৰ’গ্ৰামক সেয়া প্ৰদান কৰে।
অপাৰেটিং চিষ্টেমৰ উদাহৰণসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত Screenshots of operating systems সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Operating Systems বিষয়ে Curlie (DMOZ)-ত থকা তথ্য