অমনিগ্ল'ত

বিভিন্ন ভাষা আৰু লিখন পদ্ধতি সামৰি লোৱা এখন অনলাইন বিশ্বকোষ


অমনিগ্ল'ত ( /ˈɒmnɪˌɡlɒt/ ) হৈছে এখন অনলাইন বিশ্বকোষ, য'ত বিভিন্ন ভাষা আৰু লিখন পদ্ধতি সামৰি লোৱা হৈছে।[2] অমনিগ্ল'ত শব্দটো লেটিন উপসৰ্গ অমনি (সমস্ত) আৰু গ্ৰীক শব্দ গ্ল'ত (জিভা) যোগ হৈ উৎপত্তি হৈছে।

অমনিগ্ল'ত
Type of site
ভাষাৰ বিশ্বকোষ
Key people ছাইমন আগাৰ[1]
URL https://www.omniglot.com/about.htm
Commercial নহয়
Launched ১৯৯৮
Current status সক্ৰিয়

অমনিগ্ল'তৰ ইতিহাস

সম্পাদনা কৰক

এই ৱেবছাইটটো ১৯৯৮ চনত ভাষাবিদ ছাইমন আগৰে আৰম্ভ কৰিছিল। প্ৰথমে তেওঁ ইয়াক ৱেব ডিজাইন আৰু অনুবাদ ৱেবছাইট হিচাপে আৰম্ভ কৰিছিল। তেওঁৰ সংগ্ৰহীত ভাষা আৰু লিখন পদ্ধতি সম্পৰ্কীয় তথ্যবিলাক জমা হৈ হৈ ইয়াক বিশ্বকোষলৈ ৰূপান্তৰিত কৰিছিল।[3] ২০২৪ চনৰ জুলাই মাহলৈকে এই ৱেবছাইটটোত বিতংভাৱে উল্লেখ কৰা ভাষাৰ সংখ্যা ২০৩০ টাতকৈও অধিক।[4]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Moore, Melanie (2016-06-13). "Interview with the Omniglot". Mango Languages. Archived from the original on 2017-06-07. https://web.archive.org/web/20170607212849/http://blog.mangolanguages.com/an-interview-with-the-omniglot। আহৰণ কৰা হৈছে: 2017-07-17. 
  2. Ager, Simon (2002). "Omniglot - writing systems and languages of the world". Library of Congress. https://www.loc.gov/item/lcwaN0003989। আহৰণ কৰা হৈছে: 2017-07-17. 
  3. Ager, Simon. "Omniglot - a potted history". Omniglot. https://www.omniglot.com/about2.htm। আহৰণ কৰা হৈছে: 2022-02-18. 
  4. Ager, Simon. "About Omniglot". Omniglot. https://www.omniglot.com/about.htm। আহৰণ কৰা হৈছে: 2024-07-30.