{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Carica|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

অমিতা (বৈজ্ঞানিক নাম: Carica papaya) হৈছে এবিধ ফল। অমিতা Caricaceae পৰিয়ালৰ সদস্য।[2]এই ফলটো মানুহে কেঁচা তথা সেউজীয়া অৱস্থাত পাচলি হিচাপে আৰু পকা অৱস্থাত ফল হিচাপে খায়। ইয়াৰ বহুতো ভেষজ গুণ আছে। ইয়াৰ ইউনানী নাম পাপিতা, আৰানড খৰবূযা। আৰু আয়ুৰ্বেদিক নাম অমৃততুম্বী।

অমিতা
অমিতা গছ আৰু ফল।
Photograph showing a papaya in cross section, with orange flesh and numerous black seeds
ক'লা বৰণৰ গুটি আৰু বাকলিৰে সৈতে অমিতাৰ ভিতৰ আৰু বাহিৰ অংশ।
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Carica
প্ৰজাতি: C. papaya
দ্বৈৰাশিক নামকৰণ
Carica papaya
L.[1]

পৰিচিতি সম্পাদনা কৰক

এইটো এটা সৰু আকৃতিৰ শাখাহীন বৃক্ষবিশেষ। ওখ বৃন্তযুক্ত ছত্ৰাকাৰ পাত ডাঙৰ হয় আৰু সৰ্পিল আকাৰত কাণ্ডৰ ওপৰৰ অংশত সজ্জিত থাকে। প্ৰায় গোটেই বছৰেই ফুল আৰু ফল হয়। কেঁচা ফল সেউজীয়া, পকা ফল হালধীয়া আৰু কমলা বৰ্ণৰ। এইটো পথ্য হিচাপেও ব্যৱহাৰ হয়। কেঁচা আৰু পকা দুয়োভাবেই খাব পাৰি; অৱশ্যে কেঁচা অৱস্থাত পাচলি আৰু পকিলে ফল হিচাপে খোৱা হয়। কেঁচা ফল বাহিৰৰ ফালে গাঢ় সেউজীয়া আৰু পকিলে বাকলিসহ হালধীয়া আৰু কমলা ৰঙৰ হয়।

বিস্তৃতি সম্পাদনা কৰক

অমিতা ভাৰত, বাংলাদেশ, আমেৰিকা, ব্ৰাজিল ইত্যাদি দেশত হয়।

খাদ্যপ্ৰাণ সম্পাদনা কৰক

১০০ গ্ৰাম পাকা অমিতাৰ পুষ্টিগুণ:

  1. আমিষ:০.৬ গ্ৰাম
  2. স্নেহ:০.১ গ্ৰাম
  3. খনিজ পদাৰ্থ:০.৫ গ্ৰাম
  4. ফাইবাৰ:০.৮ গ্ৰাম
  5. শৰ্কৰা:৭.২ গ্ৰাম
  6. ভিটামিন চি:৫৭ মিলিগ্ৰাম
  7. ছডিয়াম:৬.০ মিলিগ্ৰাম
  8. পটাচিয়াম:৬৯ মিলিগ্ৰাম
  9. আয়ৰন:০.৫ মিলিগ্ৰাম
  10. খাদ্যশক্তি:৩২ কিলোক্যালৰি
অমিতা, কেঁচা
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 179 কিলোজুল (43 কিলোকেলৰি)
শৰ্কৰাসমূহ 10.82 g
- চেনি 7.82 g
- খাদ্য আঁহ 1.7 g
চৰ্বী 0.26 g
প্ৰ’টিন 0.47 g
পানী 88 g
ভিটামিন এ সমতুল্য 47 μg (6%)
- বিটা-কেৰটিন 274 μg (3%)
- লিউটিন and জিয়াক্সনথিন 89 μg
থায়েমিন (ভিটামিন বি) 0.023 mg (2%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.027 mg (2%)
নিয়াচিন (ভিটামিন বি) 0.357 mg (2%)
পেণ্টথেনিক এচিড (বি) 0.191 mg (4%)
ফলেট (ভিটামিন বি) 38 μg (10%)
ভিটামিন চি 62 mg (75%)
ভিটামিন ই 0.3 mg (2%)
ভিটামিন কে 2.6 μg (2%)
কেলচিয়াম 20 mg (2%)
লো 0.25 mg (2%)
মেগনেছিয়াম 21 mg (6%)
মেংগানিজ 0.04 mg (2%)
ফছফ’ৰাছ 10 mg (1%)
পটাছিয়াম 182 mg (4%)
ছডিয়াম 8 mg (1%)
জিংক 0.08 mg (1%)
Lycopene 1828 µg
Link to USDA Database entry
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ

ৰাসায়নিক উপাদান সম্পাদনা কৰক

পাত আৰু কেঁচা ফল তৰুক্ষীৰ সমৃদ্ধ। এই তৰুক্ষীৰত প্ৰচুৰ পৰিমাণে হজমকাৰী এনজাইম প্যাপাইন বিদ্যমান। পাতত অ্যালকালয়েড, গ্লুকোচাইড আৰু ফলত প্ৰচুৰ পৰিমাণ ভিটামিন আছে।

গুণাগুণ সম্পাদনা কৰক

কাহৰ লগত তেজ ওলোৱা, কেঁচুমুৰীয়া, মূত্ৰনালীৰ ক্ষতত, দাদ আৰু সোৰিয়াসিস-ত, কোষ্ঠকাঠিণ্যত আৰু কৃমিত হিতকৰ। পকা অমিতা কেঁচুমুৰীয়া ৰোগ আৰু কোষ্ঠকাঠিন্য ৰোগত হিতকৰ। অমিতাত প্ৰচুৰ পেপেন এনজাইম আছে যি মানুহৰ পাকস্থলীত আমিষ হজমত সাহায্য কৰে।

চিত্ৰ বীথিকা সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Carica papaya L.". U.S. National Plant Germplasm System. 9 May 2011. https://npgsweb.ars-grin.gov/gringlobal/taxonomydetail.aspx?9147। আহৰণ কৰা হৈছে: 5 September 2017. 
  2. "Carica". 2013. Archived from the original on 2021-04-03. https://web.archive.org/web/20210403181027/http://www.theplantlist.org/1.1/browse/A/Caricaceae/। আহৰণ কৰা হৈছে: 2020-05-23.