অসমীয়া যুৱ উন্নয়ন পৰিষদ
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
অসমীয়া যুৱ উন্নয়ন পৰিষদ(ইংৰাজীত চমুকৈ AYDC) অসমৰ এক ছাত্ৰ সংগঠন।
অসমীয়া যুৱ উন্নয়ন পৰিষদ | |
---|---|
চমু নাম | AYDC |
নীতিবাক্য | জয় আই অসম |
প্ৰতিষ্ঠা | ১৬ আগষ্ট ২০১৭ |
ধৰণ | ছাত্ৰ সংগঠন |
প্ৰধান কাৰ্যালয় | তেজপুৰ |
সেৱা ক্ষেত্ৰ | অসম |
ইতিহাস
সম্পাদনা কৰক২০১৭ চনত তেজপুৰৰ মজিয়াত অসমীয়া যুৱ উন্নয়ন পৰিষদ গঠন হয়। ২০১৭ চনৰ আগষ্ট মাহৰ ১৬ তাৰিখত তেজপুৰত এক সাধাৰণ সভাৰ আয়োজন কৰা হয় আৰু এই সভা খনতেই অসমৰ যুৱ প্ৰজন্মৰ উন্নয়ন,বাল্য বিবাহ ৰোধ,শিশু শ্ৰমিক ৰোধ,শিক্ষাৰ দিশত সজাগতা আদি বিভিন্ন লক্ষ্য আগত ৰাখি অসমীয়া যুৱ উন্নয়ন পৰিষদ জন্ম দিয়া হয়। ২০১৮ চনৰ জানুৱাৰী মাহত সংগঠনটোৱে ইয়াৰ সংবিধান গ্ৰহণৰ দ্বাৰা আনুস্থানিক সংগঠন হিচাপে প্ৰতিষ্ঠা কৰে।
লক্ষ্য আৰু উদ্দেশ্যে
সম্পাদনা কৰকঅসমীয়া যুৱ উন্নয়ন পৰিষদে ক্ৰমে সমাজৰ সকলো শ্ৰেণীৰ জনগণৰ সমস্যা সমাধান, অসমৰ বিদেশী সমস্যাৰ ৰোধ, বিদেশী অনুপ্ৰবেশকাৰী বন্ধ, বাল্য বিবাহ নিষিদ্ধ কৰণ, শিশু শ্ৰমিক বন্ধ, আৰ্থিক ভাৱে দুৰ্বল হৈ থকা মেধাৱী ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ সু-ব্যৱস্থা,সমাজত চলি থকা অসামাজিক কৰ্ম কলাপ ৰোধ কৰা, মাদকতাহীন সমাজ গঢ়ি তোলা আদি বিভিন্ন লক্ষ্য উদ্দেশ্য আগত ৰাখি কাম কৰি আছে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- Aydc Central committee. 22/05/2018