অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত হৈছে সত্যেন্দ্ৰনাথ শৰ্মাৰ দ্বাৰা ৰচিত অসমীয়া ভাষা সাহিত্যৰ ইতিহাস বিষয়ক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷[1]গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৮১ চনত৷ এই গ্ৰন্থখনক অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সংক্ষিপ্ত বুৰঞ্জী বুলি অসমীয়া সাহিত্যত স্বীকৃতি দিয়া হৈছে৷ গ্ৰন্থখনৰ দশম সংস্কৰণত মুঠ সপ্তদশ অধ্যায় আছে৷ দশম সংস্কৰণটো প্ৰকাশ কৰিছে সৌমাৰ প্ৰকাশে৷ মুঠ পৃষ্ঠা-৪৯৬
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত | |
---|---|
লেখক | সত্যেন্দ্ৰনাথ শৰ্মা |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | অসমীয়া সাহিত্যৰ বুৰঞ্জী বিষয়ক গ্ৰন্থ |
প্ৰকাশ | ৮, ১২, ১৯৮১ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
বিষয়বস্তু
সম্পাদনা কৰক- প্ৰথম অধ্যায়ঃ অসমীয়া ভাষাৰ উৎপত্তি আৰু সাহিত্যৰ যুগ বিভাগ
- দ্বিতীয় অধ্যায়ঃ মৌখিক লোক সাহিত্য
- তৃতীয় অধ্যায়ঃ চৰ্যাপদ আৰু অন্যান্য ৰচননা
- চতুৰ্থ অধ্যায়ঃ প্ৰাক্শংকৰী যুগৰ সাহিত্য
- পঞ্চম অধ্যায়ঃ বঙলা অসমীয়া উমৈহতীয়া সাহিত্য
- ষষ্ঠ অধ্যায়ঃ বৈষ্ণৱ সাহিত্য
- সপ্তম অধ্যায়ঃ বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱমুক্ত কবি আৰু সাহিত্য
- অষ্টম অধ্যায়ঃ বৈষ্ণৱ সাহিত্যঃ শংকৰী যুগ
- নৱম অধ্যায়ঃ বৈষ্ণৱ সাহিত্যঃ শংকৰোত্তৰ যুগ
- দশম অধ্যায়ঃ বিস্তাৰ আৰু অৱসাদ কাল (খ্ৰীঃ১৭০০-১৮২৬)
- একাদশ অধ্যায়ঃ বৰ্তমান যুগ
- দ্বাদশ অধ্যায়ঃ হেমচন্দ্ৰ গুণাভিৰামৰ অভ্যুদয়
- ত্ৰয়োদশ অধ্যায়ঃ ৰমন্যাসৰ যুগ
- চতুৰ্দশ অধ্যায়ঃ কাব্য-সাহিত্য
- পঞ্চদশ অধ্যায়ঃ আধুনিক নাটকৰ উৎপত্তি আৰু বিকাশ
- ষোড়শ অধ্যায়ঃ গদ্য সাহিত্য
- সপ্তদশ অধ্যায়ঃ উত্তৰ স্বাধীনতা কালৰ সাহিত্য
- পৰিশিষ্টঃ গীতি সাহিত্য, শিশু সাহিত্য, সংবাদপত্ৰ আৰু আলোচনী, অসমীয়া লিপি, অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ কালানুক্ৰমণিকা
বাহ্যিক সংযোগ
সম্পাদনা কৰক- ↑ সমীন্দ্ৰ হুজুৰি. "অসমীয়া প্ৰগতিশীল কবিতাৰ উন্মেষ-কালৰ কিছু কথা". বৌদ্ধিক বিচাৰ. Archived from the original on 14 August 2019. https://web.archive.org/web/20190814164143/http://bouddhikbichar.com/asomiya-pragatisheel-kabitar-unmekh-kalar-kisu-katha/। আহৰণ কৰা হৈছে: 14 August 2019.