অসমৰ পোক-পৰুৱা
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
অসমত যথেষ্ট পৰিমানে বৰষুন হয়। যাৰ ফলত বন -জংঘল বহুত হোৱা দেখা পোৱা যায়। গতিকে এই ভূখণ্ডত পোক পৰুৱাও আগণন। সকলোৰে পৰিচিত কিছুসংখ্যক পোক পৰুৱা নাম তলত উল্লেখ কৰা হ'ল -
আনপোতনি, আমৰলি, আলহী পৰুৱা, উই, উই চিৰিঙা, উৰহ, ককা, কাকতি ফৰিং, কালিন্দী ভোমোৰা, কুকুৰ মাখি, কুণকুণি মাখি, কুঁজী বিচা, কুম জেলেকুৱা, কুমাৰণি, কেৰেলুৱা, খৰিকা গান্ধী, গগিনী, গান্ধী পোক, গুণগুণি, গোম চেলা, গুৰি পৰুৱা, গুবৰুৱা, চগা, চৰহা, চাম চৰিয়া, চিনাজোন, জেঠী, জেলুক, জেলেকীয়া, কেচু, জোক, টকৌ, টৌকা পৰুৱা, টোপোলাকটা, ডাঁহ ,ঢৰীয়া তামুলী পৰুৱা, তামুলী ফৰিং, তেলেনী পৰুৱা, দিনকণা, পইতাচোৰা, বগা পৰুৱা, বৰ কেৰেলুৱা , বৰ মকৰা, বাঘ মকৰা, বিছা পখিলা, বোন্দাকেচু, ভালুক মকৰা, ভুতুনী মহ, ভেনা মাখি, নজাৰলি, মহ, মাখি, মাটিছেলা, মোৱা পোক, ৰঙা পোক, লেকলৌ পৰুৱা, শুকানি পৰুৱা, শুকানি ফৰিং, শূল পোক, সোন পৰুৱা আদি।
সহায়ক গ্ৰন্থ : আসমীয়া সংস্কৃতিৰ কণিকা
সম্পাদক : ড॰ নাৰায়ণ দাস
ড॰ পৰমানন্দ ৰাজবংশী