অসম চুক্তি (১৯৮৫) ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা এখন বুজাবুজি চুক্তি (ইংৰাজী: Memorandum of Settlement (MoS))।[1][2] এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল আৰু ইয়াৰ ফলস্বৰূপে আন্দোলনৰ নেতৃত্বই এটা ৰাজনৈতিক দল গঠন কৰি পৰৱৰ্তী সময়ত অসমত চৰকাৰ গঠন কৰিছিল।

যদিও এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিল, চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা অদ্যাপি কাৰ্যকৰীকৰণ হোৱা নাই। ইয়াৰ ফলস্বৰূপে কেইবাটাও মূল সমস্যাই মূৰ দাঙি আছে।[3]

স্বাক্ষৰকাৰীসকল সম্পাদনা কৰক

অসম আন্দোলনৰ প্ৰতিনিধি

অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধি

এই চুক্তিৰ স্বাক্ষৰৰ সময়ত উপস্থিত আছিল

তথ্য উৎস সম্পাদনা কৰক

  1. Text of Assam Accord, according to the Part II (A) The Assam Gazette 23 June 1999, pp 7
  2. Assam Accord from the South Asia Terrorism Portal
  3. AASU questions Govts’ sincerity on Accord Archived 2007-09-28 at the Wayback Machine, The Assam Tribune, 13 May 2007.

বাহ্যিক সংযোগ সম্পাদনা কৰক