অসম ভাৰতীয় জনতা পাৰ্টী
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
অসম ভাৰতীয় জনতা পাৰ্টী ( Asom Bharatiya Janata Party ) ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিভাজিত হৈ আতঁৰি গঠন হোৱা অসমৰ এটা ৰাজনৈতিক দল আছিল। অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক আৰু ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত ২০০১ চনত এই দলটো গঠন হৈছিল। ২০০১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ হৈতে হোৱা নিৰ্বাচনী মিত্ৰতাক বিৰোধিতা কৰি ভট্টাচাৰ্যৰ নেতৃত্বত দলটো গঠন হৈছিল।
অসম বিজেপি-য়ে ২০০১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও সফল হ'ব নোৱাৰিলে।