অৰ্ণৱ, আস্থা আৰু JEC
অসমীয়া উপন্যাস
অৰ্ণৱ, আস্থা আৰু জে ই চি (নামটো ষ্টাইলাইজ কৰা হৈছে: অৰ্ণৱ, আস্থা আৰু JEC) যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পটভূমিত অৰ্ণৱ আৰু আস্থা বৰুৱাৰ কাল্পনিক প্ৰেমকাহিনীৰে ৰচিত ইন্দ্ৰাণী শৰ্মাৰ এখন অসমীয়া উপন্যাস। তেওঁৰ ৱেবছাইট www.indranee.org-ত এই উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছিল।[1]
অৰ্ণৱ, আস্থা আৰু JEC | |
---|---|
লেখক | ইন্দ্ৰাণী শৰ্মা |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | উপন্যাস |
প্ৰকাশক | আঁক-বাক প্ৰকাশন |
প্ৰকাশ | ৩ নৱেম্বৰ ২০১৯ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
প্ৰকাশ
সম্পাদনা কৰকলেখিকাৰ নিজা ৱেবচাইট আৰু ফেইচবুকৰ এটা গ্ৰুপত খণ্ড খণ্ডকৈ প্ৰকাশ পোৱাৰ পাছত ২০১৯ চনৰ নৱেম্বৰত আঁক-বাক প্ৰকাশনে উপন্যাসখন কিতাপ আকাৰে প্ৰকাশ কৰি উলিয়ায়।[2]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Arnab, Aastha & JEC". www.indranee.org/. Archived from the original on 16 May 2020. https://web.archive.org/web/20200516032647/https://indranee.org/। আহৰণ কৰা হৈছে: 2 June 2020.
- ↑ Dutta,Reema. "“JEC লগতে অৰ্ণৱ-আস্থা, উৎপল, নিশাৰ সৈতে পঢ়ুৱৈয়ে সংযোগ কৰিব পাৰিছিলে…”- ইন্দ্ৰাণী শৰ্মা". https://rupaliparda.com/archives/15408। আহৰণ কৰা হৈছে: 22 June 2020.