অ-মান্যতাপ্ৰাপ্ত তাৰিখসমূহৰ তালিকা
তাৰিখ
০ জানুৱাৰীসম্পাদনা কৰক
০ জানুৱাৰী হৈছে তাৰিখ ৩১ ডিচেম্বৰৰ অন্য এটা নাম।
পঞ্জিকাত ব্যৱহাৰসম্পাদনা কৰক
- কোনো বাৰ্ষিক পঞ্জিকাৰ ১ জানুৱাৰীৰ আগৰ দিনটো বুজাবলৈ ০ জানুৱাৰী ব্যৱহাৰ কৰা হয়। যিটো বৰ্ষৰ পৰা পঞ্জিকা প্ৰকাশ কৰা হয়, সেই বৰ্ষটোত ০ জানুৱাৰীক স্থান দিয়া হয়। এনেদৰে পঞ্জিকাৰ আৰম্ভণিৰ পূৰ্ৱবতী বৰ্ষৰ যিকোনো তথ্য এৰাই চলা হয় যদিও ই পূৰ্ৱবতী বৰ্ষৰ ৩১ ডিচেম্বৰ দিনটোৱেই হয়।
- পঞ্জিকাৰ ছেকেণ্ড সময়ৰ বাবে ০ জানুৱাৰীৰ উদ্ভৱ হয়, "পঞ্জীকাৰ সময় ১৯০০ চনৰ ০ জানুৱাৰীৰ ১২ বজাত"।[1] ১৯০০ চনৰ ০ জানুৱাৰী (গ্ৰীণউইছ মান দুপৰীয়া)ৰ সময় নিউকম্বৰ সৌৰ সাৰণিয়েও (Newcomb's Tables of the Sun) ব্যৱহাৰ কৰে, যি বিকল্পিত জুলিয়ান দিৱসৰ (Dublin Julian day) সময় হিচাপে পৰিণত হয়।[2]
প্ৰযুক্তিবিদ্যাতসম্পাদনা কৰক
- মাইক্ৰছফ্ট এক্সেলত, ১৯০০ চনৰ ০ ৰ তাৰিখটো ১৯০০ চনৰ ০ জানুৱাৰী বুলি ধৰা হয়।[3]
৩০ ফেব্ৰুৱাৰীসম্পাদনা কৰক
৩১ ফেব্ৰুৱাৰীসম্পাদনা কৰক
০ মাৰ্চসম্পাদনা কৰক
৩৫ মে'সম্পাদনা কৰক
৩১ জুনসম্পাদনা কৰক
৩২ ডিচেম্বৰসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "Leap Seconds". Time Service Department, United States Naval Observatory. http://tycho.usno.navy.mil/leapsec.html। আহৰণ কৰা হৈছে: 2006-12-31.
- ↑ ASTROCLK Astronomical Clock and Celestial Tracking Program (page 110)
- ↑ "XL2000: Early Dates on Office Spreadsheet Component Differ from Excel". Microsoft. http://support.microsoft.com/kb/205719। আহৰণ কৰা হৈছে: 2007-12-08. "In the Microsoft Office Spreadsheet Component, the value 0 evaluates to the date December 30, 1899 and the value 1 evaluates to December 31, 1899. ... In Excel, the value 0 evaluates to January 0, 1900 and the value 1 evaluates to January 1, 1900."