(বঙালী লিপিত অ) বঙালী স্বৰবৰ্ণমালাৰ প্ৰথম আখৰ।[1] ই এক স্বৰবৰ্ণ, অৰ্থাৎ এই আখৰ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত বাধিত নহয়।

এই স্বৰবৰ্ণৰ স্বৰচিহ্ন সম্পাদনা কৰক

ব্যঞ্জনবৰ্ণ যেনে ক, খ, গৰ সৈতে এই বৰ্ণ যংযুক্ত হৈ থাকে। সেয়ে এই বৰ্ণ স্বৰবৰ্ণৰ সৈতে যোগ হ'লে কোনো অন্য চিনৰ প্ৰয়োগ নহয়। যেনে ক্‌+অ=ক।

'অ'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • অমৰ
  • অসম

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি