আইজাক নিউটনৰ নামেৰে নামকৰণ কৰা বস্তুসমূহৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
এইখন ছাৰ আইজাক নিউটনৰ নামেৰে নামাকৰণ কৰা বস্তুসমূহৰ এখন তালিকা।
গণিতশাস্ত্ৰ
সম্পাদনা কৰক- গাউচ-নিউটন এলগ'ৰিথম (Gauss–Newton algorithm)
- নিউটন-ক'টছ্ সূত্ৰ (Newton–Cotes formulas)
- নিউটন-অ'কাউনক'ভ দেহ(Newton–Okounkov body)
- নিউটন-পেপিজ সমস্যা (Newton–Pepys problem)
- নিউটন ভগ্ন (Newton fractal)
- নিউটনৰ অভিন্নতা (Newton's identities)
- নিউটনৰ অসমতা (Newton's inequalities)
- নিউটন-ৰাফচন (Newton–Raphson)
- অপ্তিমাইজেছনত নিউটনৰ পদ্ধতি (Newton's method in optimization)
- নিউটনৰ সাংকেতিক চিহ্ন (Newton's notation)
- নিউটন সংখ্যা (গণিত) (Newton number (mathematics))
- নিউটন বহুভূজ (Newton polygon)
- নিউটন বহুপদ (Newton polynomial)
- নিউটন শ্ৰেণী (সসীম পাৰ্থক্য) (Newton series (finite differences))
- ডিম্বাকৃতি সম্পৰ্কে নিউটনৰ উপপাদ্য (Newton's theorem about ovals)
- খণ্ডিত নিউটন পদ্ধতি (Truncated Newton method)
পদাৰ্থ বিজ্ঞান
সম্পাদনা কৰক- নিউটনৰ বাকেট (Newton's bucket)
- নিউটনৰ কেননবল (Newton's cannonball)
- নিউটনৰ ধ্ৰুৱক (Newton's constant)
- নিউটনৰ দোলনা (Newton's cradle)
- নিউটন ডিস্ক (Newton disc)
- নিউটন-কাৰ্টান সূত্ৰ (Newton–Cartan theory)
- নিউটন-ইউলাৰ সমীকৰণ (Newton–Euler equations)
- নিউটনৰ শীতলীকৰণ সূত্ৰ (Newton's law of cooling)
- নিউটনৰ গতিবিষয়ক সূত্ৰ (Newton's laws of motion)
- নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ (Newton's law of universal gravitation)
- নিউটনৰ ধাতু (Newton's metal)
- নিউটন সংখ্যা (পদাৰ্থ বিজ্ঞান) (Newton number (Physics))
- নিউটনৰ প্ৰতিফলক (Newton's reflector)
- নিউটনৰ বৃত্ত (Newton's rings)
- নিউটনৰ ঘূৰ্ণীয় গোলকৰ যুক্তি (Newton's rotating sphere argument)
- নিউটন স্কেল (Newton scale)
- নিউটনৰ গোলক উপপাদ্য (Newton's sphere theorem)
- নিউটন টেলিস্ক'প (Newton telescope)
- ঘূৰ্ণীয় কক্ষপথৰ নিউটনৰ সূত্ৰ (Newton's theorem of revolving orbits)
- স্ক্ৰ'ডিঞ্জাৰ-নিউটন সমীকৰণ (Schrödinger–Newton equations)
- নিউটন (একক) (Newton (unit))
নিউটনীয়
সম্পাদনা কৰক- নিউটনিয়ানিজম (Newtonianism)
- নিউটনীয় ব্ৰহ্মাণ্ডতত্ত্ব (Newtonian cosmology)
- নিউটনীয় গতিবিজ্ঞান (Newtonian dynamics)
- নিউটনীয় তৰল (Newtonian fluid)
- অ-নিউটনীয় তৰল (Non-Newtonian fluids)
- নিউটনীয় বলবিজ্ঞান (Newtonian mechanics)
- নিউটনীয় টেলিস্ক'প (Newtonian telescope)
- প'ষ্ট-নিউটনীয় প্ৰসাৰণ (Post-Newtonian expansion)
- প'ষ্ট-নিউটনীয় ফৰ্মেলিজম (Post-Newtonian formalism)
অন্যান্য
সম্পাদনা কৰক- আইজাক নিউটন ইনষ্টিটিউট (Issac Newton Institute)
- আইজাক নিউটন টেলিস্ক'প (Isaac Newton Telescope)
- নিউটন (ব্লেক) (Newton (Blake)), উইলিয়াম ব্লেকৰ দ্বাৰা অংকিত নিউটনৰ চিত্ৰ
- নিউটন উপনগৰ (Newton Township), অ'হিও, আমেৰিকা
- নিউটন (প্লেটফৰ্ম) (Newton (Platform)), ১৯৯০ চনত Apple Incৰ দ্বাৰা বিকশিত এটা ব্যক্তিগত ডিজিটেল সহায়ক
- ছাৰ আইজাক নিউটন ছিক্সথ্ ফ'ৰ্ম (Sir Isaac Newton Sixth Form), এখন বিষাৰদ গণিত আৰু বিজ্ঞান বিদ্যালয়