আই অসমৰ মানাহ নদীৰ এক উপনদী।

আই নদী
দেশ  ভাৰত
প্ৰদেশ অসম
উৎস ভূটানৰ বিভিন্ন সৰু নদী
 - অৱস্থান ভূটান
মোহনা মানাহ নদী
 - অৱস্থান মানাহ নদী, অসম


সৃষ্টি আৰু গতিপথ সম্পাদনা কৰক

আই ভূটানত উৎপন্ন হৈ অসমত সোমাই চিৰাং আৰু বঙাইগাঁও জিলাৰ মাজেৰে বৈ আহি মানাহ নদীত পৰিছেহি।[1] ইয়াৰ অসমত থকা অংশৰ দৈৰ্ঘ্য হৈছে ১০৩ কিঃ মিঃ।[2]

আই নদীয়ে উত্তৰ-পূৱ সীমান্ত ৰেলৰ গুৱাহাটী-ৰঙিয়া-নিউ বঙাইগাঁও অংশটো বিজনী আৰু বঙাইগাঁওৰ মাজেৰে অতিক্ৰম কৰে।[1] ২০০৫ চনত ই গতিপথ সলাবলৈ চেষ্টা কৰে যদিও ৰেল পথত বাধাপ্ৰাপ্ত হৈ পুণৰ পুৰণি গতিপথেই গ্ৰহণ কৰে।[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "ৱিকিমেপিয়া (Wikimapia)". http://wikimapia.org/#lang=en&lat=26.500687&lon=90.641327&z=11&m=b&search=Aie%20river। আহৰণ কৰা হৈছে: 26 ফেব্ৰুৱাৰী 2014. 
  2. আধুনিক অসমীয়া মানচিত্ৰ. ষ্টুডেন্টচ ষ্ট'ৰ, গুৱাহাটী. ১৯৮৮. 
  3. "The Assam Tribune, June 11, 2009". http://www.assamtribune.com/scripts/details.asp?id=jun1109/State9। আহৰণ কৰা হৈছে: 26 ফেব্ৰুৱাৰী 2014. [সংযোগবিহীন উৎস]