আউন্স
ওজন আৰু আয়তন পৰিমাপৰ একক
আউন্স (ইংৰাজী: Ounce) হ’ল ওজন আৰু আয়তন পৰিমাপৰ একক বিশেষ। ঘাইকৈ ব্ৰিটিছ সাম্ৰাজ্যত প্ৰচলিত এই এককৰ ব্যৱহাৰ বৰ্তমান প্ৰায় অপ্ৰচলিত। সংক্ষেপে ‘১ আউন্স’ একক ‘1 Oz’ বুলি লিখা হয়।[1]
কঠিন পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আউন্স= প্ৰায় ২৮.৩৫ গ্ৰাম
তৰল পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আউন্স= প্ৰায় ২৮.৪৩ ঘন চেণ্টিমিটাৰ
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, পৃষ্ঠা নং: ৭৬