প্ৰত্যেক বছৰে ২৪ অক্টোবৰত আজাদ কাশ্মীৰ দিৱস (یوم تاسیس‎)পালন কৰা হয়। ১৯৪৭ চনত ৰাজ্যখন স্থাপন হোৱা দিনটো আজাদ কাশ্মীৰ দিৱস হিচাপে স্মৰণ কৰা হয়।[1]

আজাদ কাশ্মীৰ দিৱস
আজাদ কাশ্মীৰ দিৱস
পালন কৰে পাকিস্তান
তাৰিখ ২৪ অক্টোবৰ
অৱধি এদিন
সংঘটন বাৰ্ষিক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক