আজান পীৰ বঁটা অসম চৰকাৰৰ তৰফৰ পৰা ২০০৪ চনত প্ৰবৰ্তন কৰা হৈছিল। ইয়াৰ পৰ্য্যায়ক্ৰমিক ব্যৱধান ২ বছৰ আৰু স্থিতি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ।[1]

বঁটা প্ৰাপকৰ তালিকা[1] সম্পাদনা কৰক

বৰ্ষ বঁটা প্ৰাপকৰ নাম
২০০৪ ৰেকিবুদ্দিন আহমেদ
২০০৫ হেম ভাই
২০০৬ তফজ্জুল আলী
২০০৭ ড° বীৰেন্দ্ৰ নাথ দত্ত
২০০৮ ইমৰান ছাহ
২০১৫ অৰুণ শৰ্মা
২০২১ ড° অমলেন্দু ভট্টাচাৰ্য

তথ্যসূত্ৰ সম্পাদনা কৰক