আদালত (ধাৰাবাহিক)
(আদালতৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
আদালত হ'ল বৰ্তমানেও চ'নী টিভিত দি থকা এখন কৰ্টৰুম ড্ৰামা। কে.ডি. পাঠক নামৰ এজন অধিবক্তাই পদকীয়া অধিবক্তা হিচাপে কাম কৰে; আৰু তেওঁ লোৱা গোচৰসমূহত বৰ্তমানলৈকে পৰাজয় হোৱা নাই। কে.ডি.পাঠকে আদালতৰ জৰিয়তে কেৱল সত্য প্ৰতিষ্ঠা কৰে। তেওঁ কেতিয়াও দোষী মানুহৰ গোচৰ নলয়। চ'নী টিভিত আদালত সপ্তাহত দুদিনকৈ শনিবাৰ আৰু দেওবাৰে সন্ধা আঠ বজাত সম্প্ৰচাৰ হয়।
আদালত | |
---|---|
শৈলী | কৰ্টৰুম ড্ৰামা |
লিখক | আৰ্চাদ ছায়েদ, ডি.জে. |
পৰিচালক | ৰাজেন ৱাঘধাৰে, ৰাজেশ ৰানশিংগ |
দেশ | ভাৰত |
ভাষা | হিন্দী |
চিজনৰ সংখ্যা | ১ |
প্ৰযোজনা | |
দৈৰ্ঘ্য | ৬০ মিনিট |
ষ্টুডিঅ’ | Contiloe Entertainment |
সম্প্ৰচাৰ | |
মূল ছেনেল | চ'নী টিভি |
প্ৰদৰ্শনৰ সময় | ২০ নবেম্বৰ ২০১১ – বৰ্তমান |
অভিনয়ত সম্পাদনা কৰক
- কে.ডি. পাঠকৰ চৰিত্ৰত ৰণিত ৰয়
- বৰুণৰ চৰিত্ৰত ৰমিত ৰাজ