আনন্দ কুমাৰস্বামী (ANANDA COOMARASWAMY) হৈছে এগৰাকী দাৰ্শনিক।

আনন্দ কুমাৰস্বামী
জন্ম ২২ আগষ্ট ১৮৭৭
কলম্বো
মৃত্যু ৯ ছেপ্টেম্বৰ ১৯৪৭
ভাষা তামিল
ৰাষ্ট্ৰীয়তা [শ্ৰীলংকান]

জন্ম আৰু বংশ পৰিচয়সম্পাদনা কৰক

আনন্দ কুমাৰস্বামী জন্ম হয় ১৮৭৭ চনৰ ২২ আগষ্টত তামিল পৰিয়ালত। তেখেতৰ পিতৃৰ নাম চাৰ মুটু কুমাৰ স্বামী আৰু মাতৃৰ নাম লেডি কুমাৰ স্বামী।[1]

সাহিত্যৰাজিসম্পাদনা কৰক

তেখেতৰ বিখ্যাত গ্ৰন্থ হল *ইনণ্টডাকচন টু ইণ্ডিয়ান আৰ্ট

  • ডেন্স অৱ শিব
  • হিষ্টৰি অৱ ইণ্ডিয়ান এণ্ড ইণ্ডোনেছিয়ান আৰ্ট [2]

বঁটা আৰু সন্মানসম্পাদনা কৰক

তেখেতক লণ্ডন বিশ্ববিদ্যালয়ে ডক্টৰেট ইন চায়েন্স উপাধি প্ৰদান কৰে।[3]

মৃত্যুসম্পাদনা কৰক

তেখেতৰ মৃত্যু হয় ১৯৪৭ চনৰ ৯ ছেপ্টেম্বৰত।[4]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. মহৎ লোকৰ জীৱনী,সম্পা,দেৱজিত শৰ্মা,তৃতীয় প্ৰকাশ, পৃষ্ঠা নং ৫১
  2. মহৎ লোকৰ জীৱনী,সম্পা,দেৱজিত শৰ্মা,তৃতীয় প্ৰকাশ, পৃষ্ঠা নং ৫২
  3. মহৎ লোকৰ জীৱনী,সম্পা,দেৱজিত শৰ্মা,তৃতীয় প্ৰকাশ, পৃষ্ঠা নং ৫২
  4. মহৎ লোকৰ জীৱনী,সম্পা,দেৱজিত শৰ্মা,তৃতীয় প্ৰকাশ, পৃষ্ঠা নং ৫৩