মুছলিমসকলৰ ধৰ্মগ্ৰন্থ আল-কোৰআনৰ ছূৰা সমূহৰ পংক্তি বা বাক্যক বহুবচনত আয়াত (আৰবী: آيات) আৰু একবচনত আয়াহ (আৰবী: آية ) বুলা হয়। কিন্তু অসমীয়া আৰু বাংলা ভাষাত একবচন ও বহুবচন উভয় ক্ষেত্ৰতেই আয়াত শব্দটোৱেই বহুল প্ৰচলিত। কোৰআনত মুঠ ৬২৩৬ টা আয়াত আছে। কোনো কোনো বৰ্ণনাত ৬৬৬৬ বুলি উল্লেখ কৰা হৈছে।

ষোড়শ শতাব্দীৰ এখন কোৰআনত ছূৰা আৰু আয়াত দেখুৱা হৈছে

লগতে পঢ়ক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক