আৰ্জেণ্টিনা

(আৰ্জেন্টিনাৰ পৰা পুনঃনিৰ্দেশিত)

আৰ্জেন্টিনা, আনুষ্ঠানিকভাৱে আৰ্জেন্টাইন গণৰাজ্য দক্ষিণ পূব দক্ষিণ আমেৰিকাৰ এখন ৰাষ্ট্ৰ।

আৰ্জেন্টিনা

আৰ্জেন্টিনা লেটিন শব্দ আৰ্জেন্টামৰ পৰা অহা, যাৰ অৰ্থ ৰূপ। এই নামৰ লগত ৰূপৰ পাহাৰৰ কিংবদন্তী জড়িত, যি লা প্লেটালৈ যোৱা প্ৰথম য়ুৰোপীয়সকলৰ মাজত জনপ্ৰিয় আছিল। ইংৰাজীত দেশখন স্পেনীয় ভাষাৰ পৰা অনুকৰণ কৰি আৰ্জেন্টাইন বোলা হয়।[1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক