আৰ্মেনিয়া
আৰ্মেনিয়া, আনুষ্ঠানিকভাৱে আৰ্মেনিয়া গণৰাজ্য য়ুৰেচিয়াৰ চাউথ কাৰ্কাচৰ এখন দেশ।
অন্যান্য তথ্যসম্পাদনা কৰক
আৰ্মেনিয়া এখন চাৰিওফালেৰে মাটিৰে আৱৰা দেশ। আৰ্মেনিয়া ৰাষ্ট্ৰসংঘ, এচিয়ান ডেভেলপ্মেন্ট বেংক, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেচন আদি ৪০টা সংগঠনৰ সক্ৰিয় সদস্য।[1]
- আৰ্মেনিয়া - Armenia