আৰ.এফ.এ.চুলি প্ৰুধোম (ইংৰাজী: René François Armand (Sully) Prudhomme) হৈছে এগৰাকী দাৰ্শনিক কবি। ১৯০১ চনত তেওঁ প্ৰথম নোবেল বটা বিজয়ী লেখক। তেখেতৰ প্ৰকৃত নাম আছিল ফ্ৰাংকোইজ আৰ্মান চুলিপ্ৰুধোম।

আৰ.এফ.এ.চুলিপ্ৰুধোম
জন্ম সাঁচ:১৮৩৯
[[]]
পেচা পেৰিচ

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৮৩৯ চনত পেৰিচত চুলি প্ৰুধোমৰ জন্ম হয়। দুই বছৰ বয়সতে তেওঁ দেউতাকক হেৰুৱাই আৰু মাক আৰু ককাকৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয়।[1]

শিক্ষা সম্পাদনা কৰক

ছাত্ৰ হিছাপে চুলি বেছ মেধাৱী আছিলে। অংক আছিলে তেওঁৰ প্ৰিয় বিষয়। বিশ্ববিদ্যালয়ৰ পৰা উচ্চ গণিতত স্নাতক ডিগ্ৰীৰ লোৱাৰ পিছত তেওঁ ইঞ্জিনীয়াৰিং পঢ়িবলৈ যায়। হঠাত তেওঁ ৰ ৰোগগ্ৰস্থ হৈ পৰাত পঢ়া শুনা বাদ দিব লগা হয়। সেইবাবে ইঞ্জিনীয়াৰিং ৰ চূড়ান্ত ডিগ্ৰী লব নোৱাৰিলে।

কৰ্ম জীৱন সম্পাদনা কৰক

তেওঁ নোটাৰী অফিচত চাকৰি কৰি নিজৰ কৰ্ম জীৱনৰ পাতনি মেলিছিল।[2]

সাহিত্যৰাজি সম্পাদনা কৰক

  1. কবিতাপুঠি: stanzas and poems [3]
  2. কবিতা সংকলন: I Shall Never See Her Again
  3. কাব্য গ্ৰন্থ: Impressions Of War
  4. মহাকাব্য:হেপিনেচ
  5. The Psychology of Free Will[4]


বঁটা আৰু সন্মান সম্পাদনা কৰক

১৯০১ চনত তেখেতে নোবেল বঁটা পাবলৈ সক্ষম হয়।

মৃত্যু সম্পাদনা কৰক

১৯০১ চনত ৭ ছেপ্টেম্বৰত চুলিপ্ৰুধোমৰ মৃত্যু হয়।[5]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৭
  2. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৭
  3. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৮
  4. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৯
  5. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৯