ইংৰাজী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল

ৱিকিপিডিয়াৰ তালিকা

সাহিত্য অকাডেমি বঁটা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্যৰ সন্মান। জ্ঞানপীঠ বঁটাৰ পিছতে ইয়াৰ স্থান। ইংৰাজী ভাষাত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ১৯৬০ চনৰ পৰা। প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে আৰ কে নাৰায়ণে তেওঁৰ উপন্যাস "দ্য গাইড"-ৰ বাবে।

বিজয়ী গ্ৰন্থৰ সৈতে লেখকসকলৰ তালিকা সম্পাদনা কৰক

বৰ্ষ গ্ৰন্থ লেখক গ্ৰন্থৰ প্ৰকাৰ
১৯৬০ The Guide আৰ কে নাৰায়ণ উপন্যাস
১৯৬৪ The Serpent and the Rope ৰাজা ৰাও উপন্যাস
১৯৬৫ The Tribal World of Verrier Elwin ভেৰিয়াৰ এলৱিন আত্মজীৱনী‎
১৯৬৭ Shadow From Ladakh ভবানী ভট্টাচাৰ্য্য উপন্যাস
১৯৬৯ An Artist in Life নিহাৰৰঞ্জন ৰায় জীৱনী
১৯৭১ Morning Face মুল্ক ৰাজ আনন্দ উপন্যাস
১৯৭৫ Scholar Extraordinary নীৰাদচন্দ্ৰ চৌধুৰী জীৱনী
১৯৭৬ Jawaharlal Nehru সৰ্বপল্লী গোপাল জীৱনী
১৯৭৭ Azadi চমন নাহল উপন্যাস
১৯৭৮ Fire on the Mountain অনিতা দেশাই উপন্যাস
১৯৭৯ Inside the Haveli ৰমা মেহতা উপন্যাস
১৯৮০ On the Mother কে আৰ শ্ৰীনিবাস আয়েঙ্গাৰ জীৱনী
১৯৮১ Relationship জয়ন্ত মহাপাত্ৰ কবিতা সংকলন
১৯৮২ The Last Labyrinth অৰুণ জোশী উপন্যাস
১৯৮৩ Latter-Day Psalms নিচীম ইজেকিল কবিতা সংকলন
১৯৮৪ The Keeper of the Dead কেকি এন দাৰুৱালা কবিতা সংকলন
১৯৮৫ Collected Poems কমলা দাস কবিতা সংকলন
১৯৮৬ Rich Like Us নয়নতৰা চেহগল উপন্যাস
১৯৮৭ Trapfalls In the Sky শিৱ কে কুমাৰ কবিতা সংকলন
১৯৮৮ The Golden Gate বিক্ৰম শেঠ উপন্যাস
১৯৮৯ The Shadow Lines অমিতাভ ঘোষ উপন্যাস
১৯৯০ That Long Silence শশী দেশপাণ্ডে উপন্যাস
১৯৯১ The Trotter-Nama এলেন চিলি উপন্যাস
১৯৯২ Our Trees Still Grow In Dehra ৰাস্কিন বণ্ড গল্প সংকলন
১৯৯৩ After Amnesia গনেশ নাৰায়ণদাস দেৱী গদ্য সংকলন
১৯৯৪ Serendip ড'ম ম'ৰেছ কবিতা সংকলন
১৯৯৬ Memories of Rain সুনেত্ৰা গুপ্তা উপন্যাস
১৯৯৮ Final Solutions and Other Plays মহেশ দত্তানী নাটক
১৯৯৯ The Collected Poems এ কে ৰামানুজন কবিতা সংকলন
২০০০ Cuckold কিৰণ নাগাৰকাৰ উপন্যাস
২০০১ Rajaji: A Life ৰাজমোহন গান্ধী জীৱনী
২০০২ A New World অমিত চৌধুৰী উপন্যাস
২০০৩ The Perishable Empire মীনাক্ষী মুখাৰ্জী গদ্য সংকলন
২০০৪ The Mammaries of the Welfare State উপমন্যু চেটাৰ্জী উপন্যাস
২০০৫ The Algebra of Infinite Justice অৰুন্ধতী ৰায় গদ্য সংকলন
২০০৬ The Sari Shop ৰূপা বাজৱা উপন্যাস
২০০৭ Disorderly Women মালতী ৰাও উপন্যাস
২০০৯ Mahabharata: An Inquiry into the Human Condition চতুৰ্বেদী বদ্ৰীনাথ সমালোচনা
২০১০ The Book of Rachel এষ্টাৰ ডেভিড উপন্যাস
২০১১ India after Gandhi[1] ৰামচন্দ্ৰ গুহ[2] ঐতিহাসিক লেখা
২০১২ These Errors are Correct জীৎ থাইল[3] কবিতা সংকলন
২০১৩ Laburnum For My Head টেমচুলা আও[4] গল্প সংকলন
২০১৪ Trying to Say Goodbye আদিল জুচ্চাৱালা কবিতা সংকলন
২০১৫ Chronicle of a Corpse Bearer চাইৰাচ মিস্ত্ৰী উপন্যাস
২০১৬ Em and the Big Hoom জেৰী পিণ্টো উপন্যাস
২০১৭ The Black Hill মামাং দাই উপন্যাস
২০১৮ The Blind Lady's Descendants অনীস চালিম[5] উপন্যাস
২০১৯ An Era of Darkness শশী থাৰুৰ[6] উপন্যাস (প্ৰবন্ধ সংকলন)

।2020 । When God is a Travellerঅৰুন্দ্বতী সু্ব্ৰমণীয়ম[7] । উপন্যাস (প্ৰবন্ধ সংকলন) |}

তথ্যসূত্ৰ সম্পাদনা কৰক