ইংৰাজী ৱিকিপিডিয়া
ইংৰাজী ৱিকিপিডিয়া (ইংৰাজী: English Wikipedia) অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 66,33,991 প্ৰবন্ধ আছে।
![]() | |
---|---|
![]() | |
ইউ আৰ এল | en.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | ইংৰাজী ভাষা |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
পৰিসংখ্যাসম্পাদনা কৰক
২০২৩ চনত ইংৰাজী ৱিকিপিডিয়াৰ ৬৬,৩৩,৯৯১টা প্ৰবন্ধ, ৪,৫২,৪৫,০০০ গৰাকী সম্পাদক, ৯১০ গৰাকী প্ৰশাসক আৰু ৮,৯৮,৫০৪টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১,১৪,১৫,৩৩,৩২৬।[1]