ইংৰাজী ৱিকিপিডিয়া (ইংৰাজী: English Wikipedia) অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 63,22,029 প্ৰবন্ধ আছে।

Favicon of Wikipedia ইংৰাজী ৱিকিপিডিয়া
Wikipedia-logo-v2-en.svg
ইউ আৰ এল en.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ইংৰাজী ভাষা
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যাসম্পাদনা কৰক

২০২১ চনত ইংৰাজী ৱিকিপিডিয়াৰ ৬৩,২২,০২৯টা প্ৰবন্ধ, ৪,১৭,৬৪,০০০ গৰাকী সম্পাদক, ১,০৯৩ গৰাকী প্ৰশাসক আৰু ৮,৯৪,৬৩০টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১,০২,৫০,৭৬,৪৯০।[1]

বাহ্যিক সংযোগসম্পাদনা কৰক

ইংৰাজী ৱিকিপিডিয়া

তথ্য সংগ্ৰহসম্পাদনা কৰক