ইউছুফ এষ্টেছ (জন্ম: ১৯৪৪) এজন আমেৰিকান মুছলিম যাজক, যিজনে ১৯৯১ চনৰ পৰা খ্ৰীষ্টান ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। তেখেতে ১৯৯০ চনৰ পৰা "যুক্তৰাষ্ট্ৰ কাৰা ব্যুৰো" নামৰ প্ৰতিষ্ঠানৰ যাজক আছিল।[1] তেখেত ২০০০ চনৰ চেপ্তেম্বৰ ৰাষ্ট্ৰসংঘত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ বিশ্ব শান্তি সন্মিলন ধৰ্মীয় নেতাসকলৰ মাজত মুছলিমসকলৰ প্ৰতিনিধি আছিল।[1]

ইউসুফ এষ্টেছ

ইউসুফ এষ্টেছ, ২০১৩
জন্ম ০১-০১-১৯৪৪
অ’হাঅ’, আমেৰিকা যুক্তৰাষ্ট্ৰ
অন্য নাম স্কিপ এষ্টেটছ (জন্মৰ নাম)
জনা যায় ইছলামিক ধৰ্মপ্ৰচাৰক, দাওয়াত
ধৰ্ম ইছলাম
ৱেবছাইট
www.yusufestes.com
www.guideus.tv
www.shareislam.com

জীৱনকাল সম্পাদনা কৰক

ইউছুফ এষ্টেছ অ’হাঅ’ত জন্মগ্ৰহণ কৰিছে আৰু টেক্সাছৰ হিউষ্টনত এটা এংলো প্ৰাচীন ইংৰাজী ভাষী প্ৰোটেষ্টাণ্ট পৰিয়ালত ডাঙৰ দীঘল হৈছে।[2] ১৯৯১ চনত মোহাম্মেদ নামৰ এজন মিছৰিয় মুছলিমৰ সৈতে পৰিচিত হৈ তেখেত ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হয়।

ইছলামিক কৰ্মকাণ্ড সম্পাদনা কৰক

২০০৪ চনৰ পৰা ইউছুফ এষ্টেছে ইছলাম চেনেল আৰু পিচ টিভিত নিয়মীয়াকৈ বিভিন্ন অনুষ্ঠানত উপস্থিত হয়। ইয়াৰ উপৰিও হুদা টিভিতো তেখেতে বক্তব্য ৰাখে যিটো সাপ্তাহিক ২৪ ঘণ্টা বিভিন্ন ইছলামিক অনুষ্ঠানসহ বিনামূল্যে গোটেই বিশ্বব্যাপী বিভিন্ন দেশত চেটেলাইট আৰু ইণ্টাৰনেটত সম্প্ৰচাৰিত হয়। তেখেতৰ নিজ উদ্যোগত গাইড আচ টিভি নামৰ এটা টিভি চেনেল প্ৰতিষ্ঠা কৰে, যেটি হ'ল আমেৰিকাৰ প্ৰথম চৌব্বিছ ঘণ্টা সময়তেই প্ৰচাৰিত ইছলামিক টিভি চেনেল।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 name="Priests_n_preachers_story"
  2. url=http://www.watchislam.com/videos/video.php?vid=3; |শিৰোনাম=Yusuf Estes Telling self-converting to Islam story|কৰ্ম=WatchIslam; https://web.archive.org/web/20100528182659/http://www.watchislam.com/videos/video.php?vid=3; |আৰ্কাইভৰ তাৰিখ=২৮ মে ২০১০}}