ইণ্ডিয়ান অভাৰচিজ বেংক

ভাৰতীয় ৰাজহুৱা খণ্ডৰ বেংক

ইণ্ডিয়ান অভাৰচিজ বেংক (আই অ’ বি) ভাৰতৰ এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯৩৭ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা এই বেংকটোৰ মুখ্য কাৰ্যালয় তামিলনাডুৰ চেন্নাইত আৰু ই সমগ্ৰ ভাৰতৰ ৩,৩০০ৰো অধিক শাখা আৰু বহিঃৰাজ্যত ৬টা শাখাৰ নেটৱৰ্কৰ জৰিয়তে কাম কৰে। এই বেংকে ব্যক্তিগত বেংকিং, কৰ্পৰেট বেংকিং, আন্তঃৰাষ্ট্ৰীয় বেংকিং, গ্ৰাম্য বেংকিংকে ধৰি বিভিন্ন বিত্তীয় সেৱা আগবঢ়ায়।[1]

ইণ্ডিয়ান অভাৰচিজ বেংক
ধৰণ ৰাজহুৱা
উদ্যোগ বেংকিং, বিত্তীয় সেৱা
স্থাপিত ১৯৩৭ চন
মুখ্য কাৰ্যালয় চেন্নাই, তামিলনাডু, ভাৰত
দেশ/অঞ্চল ভাৰত
পণ্য খুচুৰা বেংকিং, কৰ্পৰেট বেংকিং, বিত্ত আৰু বীমা, বিনিয়োগ বেংকিং, বন্ধকী ঋণ, ব্যক্তিগত বেংকিং, সম্পদ ব্যৱস্থাপনা, ক্ৰেডিট কাৰ্ড, সঞ্চয়, ছিকিউৰিটিজ
ৰাজহ ১২,১১১.১২ কোটি (২০২০)
কাৰ্যকৰ আয় ২,৩৮৩.৪৪ কোটি (২০২০)
মুঠ আয় -৫,২০৪.৪৭ কোটি (২০২০)
মুঠ সম্পত্তি ২,৫৬,৮৫৮.২৪ কোটি (২০২০)
Total equity ১৪,০৬০.০৪ কোটি (২০২০)
কৰ্মচাৰীৰ সংখ্যা ২৬,৮৮৭ (২০২০)
ৱেবছাইট www.iob.in

তথ্য সংগ্ৰহ সম্পাদনা কৰক