ইন্টেৰিয়ৰ ডিজাইন
এই প্ৰবন্ধ ৱিকিপিডিয়াৰ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠি অনুসৰি ক্ষিপ্ৰ বিলোপনৰ যোগ্য। কাৰণ:তথ্যবিহীন পৃষ্ঠা। বৈধ ক্ৰাইটেৰিয়াৰ বাবে, চাওক ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী।
যদি এই প্ৰবন্ধটো ক্ষিপ্ৰ বিলোপনৰ উপযোগী নহয়, অথবা আপুনি যদি প্ৰবন্ধটোৰ বিকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে, অনুগ্ৰহ কৰি পৃষ্ঠাৰ পৰা এই জাননীখন আতৰাই দিয়ক, কিন্তু আপুনি নিজে তৈয়াৰ কৰা প্ৰবন্ধ ৰ পৰা জাননীখন আতৰাই নিদিব। আপুনি যদি পৃষ্ঠাটো তৈয়াৰ কৰি থাকে, আৰু ক্ষিপ্ৰ বিলোপনৰ ক্ষেত্ৰত অসন্মতি পোষণ কৰে, তেন্তে আপত্তি জনাবৰ বাবে তলৰ বাকচটোত ক্লিক কৰক। এইটোৱে আপোনাক আলোচনা পৃষ্ঠালৈ লৈ যাব আৰু তাতেই উল্লেখ কৰা নিৰ্দিষ্ট নীতি অনুযায়ী ব্যাখ্যা কৰক কিয় এই প্ৰবন্ধ পৃষ্ঠাটো অপসাৰণ কৰা উচিত নহয়। অথবা আলোচনা পৃষ্ঠাত গৈ আপুনি নতুন বাৰ্তা যোগ কৰিব পাৰে অথবা আগৰ বাৰ্তাৰ উত্তৰ আহিছে নে নাই সেয়া পৰীক্ষা কৰিব পাৰে। লক্ষ্য কৰক এই জাননীখন যুক্ত কৰাৰ পাছত যি কোনো সময়তেই (সাধাৰনতে ৭ দিনৰ পাছত) এই পৃষ্ঠাটো বিলোপ কৰা হ’ব পাৰে, যদি ক্ষিপ্ৰ বিলোপনৰ মাপকাঠিৰ চৰ্ত সম্পূৰ্ণৰূপে পূৰণ নকৰে অথবা আলোচনা পৃষ্ঠাত উল্লেখিত যুক্তিবোৰ যথেষ্ট নহয়। সম্পাদকৰ প্ৰতি টোকা: আপুনি বৰ্তমানলৈকে এই প্ৰবন্ধৰ আলোচনা পৃষ্ঠা সৃষ্টি কৰা নাই। অনুগ্ৰহ কৰি এটা বাৰ্তা আলোচনা পৃষ্ঠাত যোগ কৰক আৰু কাৰণ দৰ্শাওক যে এই প্ৰবন্ধটো কিয় বিলোপ কৰা অনুচিত।
যদি আপুনি আলোচনা পৃষ্ঠাত বাৰ্তা দিয়াৰ পাছটো এই জাননীখন দেখুৱাই থাকে তেন্তে পৃষ্ঠাৰ কেশ্ব নিকা কৰি পুনৰ চেষ্টা কৰক। প্ৰশাসকবৃন্দ: বিলোপনৰ আগেয়ে পৰীক্ষা কৰক সংযোগ, ইতিহাস (শেষ), আৰু লগ [1]. গুগল ৱেব, সংবাদ সন্ধানৰ বিষয়টি বিবেচনা কৰক।
|
ইণ্টেৰিয়ৰ ডিজাইনৰ ইতিহাস দীঘলীয়া আৰু অতি বৈচিত্ৰময়, যি প্ৰাচীন সভ্য়তাৰ পৰাই আৰম্ভ হৈছিল, য’ত শিল্পী আৰু কাৰিকৰসকলে ৰাজপ্ৰাসাদ আৰু মন্দিৰৰ বাবে সুন্দৰ আৰু কাৰ্যক্ষম আৰ্হি তৈয়াৰ কৰিছিল। ১৯ শতিকাৰ শেষৰ ফালে ইণ্টেৰিয়ৰ ডিজাইনত আধুনিকতা দেখিব পোৱা গৈছিল, যেতিয়া ইউৰোপ আৰু উত্তৰ আমেৰিকাত প্ৰথম ইণ্টেৰিয়ৰ ডিজাইন প্ৰতিস্থান গঢ়ি উঠিছিল। ১৯৭২ চনত ভাৰতবৰ্ষত আই আই আই ডি (IIID) প্ৰতিষ্ঠা কৰা হয, যাৰ ফলত দেশত আনুষ্ঠানিক ইণ্টেৰিয়ৰ ডিজাইন শিক্ষা আৰু অনুশীলনৰ আৰম্ভণি হয়। তেতিয়াৰ পৰাই ইণ্টেৰিয়ৰ ডিজাইনিং দ্ৰুতগতিত বৃদ্ধি পাইছে, সমগ্ৰ দেশতে অসংখ্য় কলেজ, বিশ্ববিদ্য়ালয় আৰু পেছাদাৰী সংস্থাৰ সৃষ্টি হৈছে।