ঈমান শব্দৰ আভিধানিক অৰ্থ দৃঢ় বিশ্বাস। ইছলামত ঈমানৰ অৰ্থ অত্যন্ত ব্যাপক[1]। ঈমানৰ ছয়টা অঙ্গ হৈছে[2][3][4][5]

কোৰআন আৰু হাদিছত বৰ্ণিতসম্পাদনা কৰক

“ আল্লাহৰপৰা ৰছুলৰ প্ৰতি যি অৱতীৰ্ণ হৈছিল সেয়া ৰছুলে বিশ্বাস কৰে আৰু বিশ্বাস স্থাপনকাৰীসকলেও কৰে। তেওঁলোক সকলোৱেই আল্লাহ, তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ পুথিসমূহ আৰু তেওঁৰ ৰছুলসকলক বিশ্বাস কৰে আৰু মানে আৰু তেওঁলোকে কয়- ‘আল্লাহৰ ৰছুলসকলৰ মাজত আমি কোনো পাৰ্থক্য নকৰো। আমি আদেশ শুনিলো আৰু সেইমতে চলিম বুলি মানি ল’লো। হে আমাৰ প্ৰভু, আমাৰ পাপ মোচন কৰা আৰু তোমালৈকে আমাৰ প্ৰত্যাগমন।”[6]

ইয়াৰ উপৰিও ৰাছুল চাল্লাল্লাহু ‘আলাইহি ওয়াছাল্লাম-ক ঈমান সম্পৰ্কে জিজ্ঞেস প্ৰশ্ন কৰাত তেখেতে কৈছে,

“ঈমান হৈছে, আল্লাহ্‌ৰ প্ৰতি, তেওঁৰ ফেৰেস্তামণ্ডলীৰ প্ৰতি, তেওঁৰ কিতাপসমূহৰ প্ৰতি, তেওঁৰ ৰাছুলসকলৰ প্ৰতি আৰু তাক্বদীৰৰ ভাল-বেয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰা।”[7]

লগতে চাওকসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক

  1. Farāhī, Majmū‘ah Tafāsīr, 2nd ed. (Faran Foundation, 1998), 347. (ইংৰাজী ভাষাত)
  2. ছহীহ বুখাৰী, ছহীহ বুখাৰী, অধ্যায়ঃ ০২, পৰ্বঃ ঈমান, হাদিছ নম্বৰঃ ৪৮
  3. [quran-2/285]
  4. Musnad Ahmad" (ইংৰাজী ভাষাত)
  5. [quran-95/6]
  6. কোৰআনঃ২/২৮৫
  7. হাদিছঃ মুছলিম