উইলিয়াম বাট্লাৰ ইয়েটচ্
উইলিয়াম বাট্লাৰ ইয়েটচ্ (ইংৰাজী: WILLIAM BUTLER YEATS) হৈছে এগৰাকী আইৰিছ কবি, নাট্যকাৰ, গদ্য লেখক৷
উইলিয়াম বাট্লাৰ ইয়েটচ্ | |
---|---|
জন্ম | ১৮৬৫ আয়াৰলেণ্ড |
মৃত্যু | ১৯৩৯ ফ্ৰান্স |
পেচা | কবি, নাট্যকাৰ, গদ্য লেখক |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰক১৮৬৫ চনৰ ১৩ জুন তাৰিখে আয়াৰলেণ্ডৰ ডুবলিনত উইলিয়াম বাট্লাৰ ইয়েটচৰ জন্ম হয়৷[1] তেওঁৰ দেউতাকৰ নাম জন বাটলাৰ ইয়েটছ (১৮৩৯-১৯২২)৷
সাহিত্যৰাজি
সম্পাদনা কৰককাব্যগ্ৰন্থ
সম্পাদনা কৰক- দ্য ক্ৰছৱেজ(১৮৮৯)
- দ্য ৰোজ(১৮৯৩)
- দ্য টাৱাৰ(১৯২৮)
- দ্য ৱিণ্ডিং ষ্টেয়াৰ এণ্ড আদাৰ পয়েম(১৯৩৩)
- দ্য ৱিণ্ড এমং দ্য ৰিডছ
- দ্য গ্ৰীণ হেলমেট এণ্ড আদাৰ পোয়েমছ
- মাইকেল ৰবাৰ্টছ এণ্ড দ্য ডান্সাৰ
- ৱৰ্ডছ ফৰ মিউজিক পাৰসেপচ্
নাটক
সম্পাদনা কৰক- দ্য ড্ৰীমিং অৱ দ্য বোনচ (১৯১৭)[2]
- মাইকেল, ৰবাৰ্ট এণ্ড দ্য ডান্সাৰ (২৯২০)
- ড্ৰামাটিচ পাৰ্চনেক (১৯৩৬)
- দ্য লেটাৰচ (১৯৫৪)
বঁটা আৰু সন্মান
সম্পাদনা কৰক- ১৯২৩ চনত ইয়েটচে সাহিত্যৰ নোবেল বঁটা লাভ কৰে৷[3]