উইলিয়াম বাট্লাৰ ইয়েটচ্

উইলিয়াম বাট্‌লাৰ ইয়েটচ্ (ইংৰাজী: WILLIAM BUTLER YEATS) হৈছে এগৰাকী আইৰিছ কবি, নাট্যকাৰ, গদ্য লেখক৷

উইলিয়াম বাট্‌লাৰ ইয়েটচ্
জন্ম ১৮৬৫
আয়াৰলেণ্ড
মৃত্যু ১৯৩৯
ফ্ৰান্স
পেচা কবি, নাট্যকাৰ, গদ্য লেখক

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৮৬৫ চনৰ ১৩ জুন তাৰিখে আয়াৰলেণ্ডৰ ডুবলিনত উইলিয়াম বাট্‌লাৰ ইয়েটচৰ জন্ম হয়৷[1] তেওঁৰ দেউতাকৰ নাম জন বাটলাৰ ইয়েটছ (১৮৩৯-১৯২২)৷

সাহিত্যৰাজি সম্পাদনা কৰক

কাব্যগ্ৰন্থ সম্পাদনা কৰক

  • দ্য ক্ৰছৱেজ(১৮৮৯)
  • দ্য ৰোজ(১৮৯৩)
  • দ্য টাৱাৰ(১৯২৮)
  • দ্য ৱিণ্ডিং ষ্টেয়াৰ এণ্ড আদাৰ পয়েম(১৯৩৩)
  • দ্য ৱিণ্ড এমং দ্য ৰিডছ
  • দ্য গ্ৰীণ হেলমেট এণ্ড আদাৰ পোয়েমছ
  • মাইকেল ৰবাৰ্টছ এণ্ড দ্য ডান্সাৰ
  • ৱৰ্ডছ ফৰ মিউজিক পাৰসেপচ্

নাটক সম্পাদনা কৰক

  • দ্য ড্ৰীমিং অৱ দ্য বোনচ (১৯১৭)[2]
  • মাইকেল, ৰবাৰ্ট এণ্ড দ্য ডান্সাৰ (২৯২০)
  • ড্ৰামাটিচ পাৰ্চনেক (১৯৩৬)
  • দ্য লেটাৰচ (১৯৫৪)

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ১৯২৩ চনত ইয়েটচে সাহিত্যৰ নোবেল বঁটা লাভ কৰে৷[3]


তথ্যসূত্ৰ সম্পাদনা কৰক

  1. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:২২
  2. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:২৩
  3. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:২২