এটা উপপৃষ্ঠা (ইংৰাজী: Subpage)-ই সাধাৰণতে ৱেবছাইট বা ৱিকিৰ নিম্ন স্তৰৰ ৱেব পৃষ্ঠাক বুজায়।[1]

ৱেবছাইট উদাহৰণ

সম্পাদনা কৰক
 
 
 
 
 
 
home
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
news
 
about
 
portfolio
 
contact
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
study one
 
study two

এই উদাহৰণত, news, about, portfolio আৰু contact হৈছে home ৰ উপপৃষ্ঠা। লগতে, study one আৰু study two হৈছে portfolio -ৰ উপপৃষ্ঠা।

ৱিকিৰ উপপৃষ্ঠাসমূহ

সম্পাদনা কৰক

ৱিকিমিডিয়া ছফ্টৱেৰৰ সৈতে হোষ্ট কৰা ৱিকিসমূহে 'পেৰেণ্ট' পৃষ্ঠাৰ নামৰ পিছত এটা স্লেছ ("/") যোগ দি উপপৃষ্ঠা সৃষ্টি কৰে।

ইংৰাজী ৱিকিপিডিয়াত, মেইন নেমস্পেচৰ (article namespace) বাবে উপপৃষ্ঠাৰ সুবিধাটো অসামৰ্থৱান কৰা হৈছে।

ৱিকিভাৰ্চিটিত উপপৃষ্ঠা ব্যৱহাৰ কৰা হয়, য'ত গাঁথনিখনে যিকোনো শৈক্ষিক স্তৰত বিদ্যাৰ্থীসকলৰ অৱদানৰ অনুমতি দিয়ে,[2][3] আৰু ৱিকিবুকত, য'ত অধ্যায়বোৰ কিতাপ এখনৰ উপপৃষ্ঠা।[4]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "subpage - Wiktionary" (en ভাষাত). en.wiktionary.org. https://en.wiktionary.org/wiki/subpage। আহৰণ কৰা হৈছে: 2018-08-25. 
  2. v:Learning to learn a wiki way
  3. v:Wikiversity:Subpages
  4. See for example the subpages of Computing Using Windows