সদস্য:Atanu Deka/উমনি পৰজীৱী

(উমনি পৰজীৱী (brood parasite)ৰ পৰা পুনঃনিৰ্দেশিত)

উমনি পৰজীৱী ইংৰাজী: Brood parasite বোৰ সাধাৰণতে কণী পৰা চৰাই হয়। কিন্তু এইবোৰ চৰাইয়ে নিজৰ কণী উমনি নিজে ল’ব নোৱাৰে। যাৰ ফলত আন চৰাইৰ বাহত অন্য চৰাইৰ কণীৰ লগত থৈ আহে আৰু সেই চৰাইয়ে নিজৰ কণী বুলি ভাবি উমনি দিয়ে আৰু নতুন প্ৰজন্মৰ বংশবৃদ্ধি হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক