উমাৰজী অনুৰাধা (তেলেগু: ఉమర్జీ అనూరాధ, ইংৰাজী: Umarji Anuradha) এগৰাকী ভাৰতীয় তেলেগু ভাষাৰ লেখক। তেওঁক তেলেগু চলচ্চিত্ৰ আৰু সাংবাদিকতা ক্ষেত্ৰত কৰা কামৰ বাবে জনা যায়। তেওঁ সৰ্বাধিক প্ৰচাৰিত তেলেগু সাপ্তাহিক চলচ্চিত্ৰালোচনী চিতাৰা ফিল্ম ৱিকলি মেগাজিনত ভেণ্ডি তেৰা নিৰ্দেশকুলুৰ দৰে চলচ্চিত্ৰৰ সৰ্ব্ববৃহৎ ব্যক্তিস্বত্বাসমূহৰ বিষয়ে ধাৰাবাহিকভাৱে লিখিছিল।

উমৰজী অনুৰাধা কাৱুৰি
পেচা লেখক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা স্নাতক (ইংৰাজী সাহিত্য), স্নাতকোত্তৰ (তেলেগু ভাষা)
উল্লেখযোগ্য বঁটা অক্কিনেনি অভিনন্দন বঁটা (বেষ্ট ডাইলগ ৰাইটাৰ, ২০১০), চুপাৰ হিট ফিল্ম ৱিক্‌লি এৱাৰ্ড
সহযোগী Dr Kavuri Venkata Sridhar Kumar Screen Name Gautham Kashyap
সন্তান Son, Naahushi Kavuri