উৰ্ফি জাভেড

ভাৰতীয় অভিনেত্ৰী

উৰ্ফি জাভেড এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। এ এল টি বালাজীত প্ৰচাৰিত "বৰ ভাই কি দুলহানিয়া" ধাৰাবাহিকত অবনী পণ্টৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। তদুপৰি ব্যতিক্ৰমী সাজসজ্জাৰ বাবে তেওঁ সততে চৰ্চাত থকা দেখা যায়।[1]

উৰ্ফি জাভেড

২০২১ চনত উৰ্ফি জাভেড
জন্ম ১৫ অক্টোবৰ, ১৯৯৭ (২৬ বছৰ)
লক্ষ্ণৌ, উত্তৰ প্ৰদেশ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
  • অভিনেত্ৰী
  • মডেল
সক্ৰিয় হৈ থকা সময় ২০১৬–বৰ্তমান
জনা যায় বৰে ভাই কি দুলহানিয়া

ব্যক্তিগত জীৱন সম্পাদনা কৰক

উৰ্ফি জাভেডৰ জন্ম হৈছিল ১৯৯৭ চনৰ ১৫ অক্টোবৰত উত্তৰ প্ৰদেশলক্ষ্ণৌত। লক্ষ্ণৌৰ নামেৰে নামাকৰণ কৰা চিটি মন্টেছৰী স্কুলৰ পৰা তেওঁ স্কুলীয়া জীৱন সম্পূৰ্ণ কৰিছিল। পিছলৈ লক্ষ্ণৌৰ এমিটি বিশ্ববিদ্যালয়ৰ পৰা গণ যোগাযোগ বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Urfi Javed Shocks & Mocks Her Haters With A Strange T-Shirt!" (en-US ভাষাত). Daily Research Plot. 2022-05-19. https://dailyresearchplot.com/2022/05/19/urfi-javed-shocks-mocks-her-haters-with-a-strange-t-shirt/। আহৰণ কৰা হৈছে: 2022-05-20. 
  2. Cyril, Grace (29 November 2021). "Who is Urfi Javed and why is everyone talking about her?". India Today. https://www.indiatoday.in/television/celebrity/story/who-is-urfi-javed-and-why-is-everyone-talking-about-her-1882145-2021-11-29.