এক তাল (তবলা)
এক তাল হৈছে বাৰ মাত্ৰাৰ এটি তাল।
ঠেকা
সম্পাদনা কৰকতলত একতালৰ ঠেকা দিয়া হ'ল--[1]
ধিন | ধিন । |
ধা | ধা । |
তুন | না । |
কত্ | তা । |
ধাগে | তেটে । |
ধিন | তেটে । |
ঠেকাৰ বিৱৰণ
সম্পাদনা কৰকএকতালৰ ঠেকাত বাৰ মাত্ৰা আছে। একতাল এক সমপদী তাল, অৰ্থাৎ একতালৰ প্ৰতিটো বিভাগত সমান সমান মাত্ৰা আছে। একতালৰ ৬টা বিভাগ আছে, প্ৰতিটো বিভাগত ২ মাত্ৰাকৈ আছে। একতালৰ প্ৰথম মাত্ৰাত সম্, ৩য়, ৭ম্ মাত্ৰাত খালি আৰু ৫ম্, ৯ম্ আৰু একাদশ মাত্ৰাত তালি আছে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ [https://raag-hindustani/rhythm.html[সংযোগবিহীন উৎস] ৰাগ হিন্দুস্তানী